বিশ্বৰ সবাতোকৈ দামী কণ্ডমটোৰ দাম কিমান জানেনে? 

6 May 2025

TV9 ASSAM

কণ্ডমৰ বিষয়ে হয়তো সকলোৱে জানে।  বিগত কেইবছৰ মানৰ পৰা কণ্ডমৰ ব্যৱহাৰ তীব্ৰগতিত বৃদ্ধি পাইছে। গৰ্ভৰোধৰ বাবে প্ৰাপ্তবয়স্কসকলে বিশেষকৈ কণ্ডম বেছি ব্যৱহাৰ কৰে।

কণ্ডম

কণ্ডমৰ বেলেগ বেলেগ প্ৰকাৰ থাকে আৰু প্ৰতিটো কণ্ডমৰ দাম বেলেগ বেলেগ। কিন্তু আপুনি জানেনে বিশ্বৰ সবাতোকৈ দামী কণ্ডমটোৰ দাম কিমান? এই কণ্ডমৰ দাম শুনি আচৰিত হ'ব আপুনি।

প্ৰকাৰ

বিশ্বৰ সবাতোকৈ দামী কণ্ডমটো ২০০ বছৰ পুৰণি।  এই কণ্ডমটো ভেড়াৰ অন্ত্ৰৰ পৰা তৈয়াৰ কৰা হৈছে। শেহতীয়াকৈ এই কণ্ডমটো স্পেইনত হোৱা নিলামত বিক্ৰী হৈছিল।

২০০ বছৰ

সংবাদ মাধ্যমৰ তথ্য অনুসৰি এই কণ্ডমটোৰ দাম ৪৪,০০০ টকা। আমষ্টাৰডামৰ এজন ব্যক্তিয়ে এই কণ্ডমটো ক্ৰয় কৰিছিল। উল্লেখ কৰা প্ৰয়োজন যে, এই কণ্ডমটো এতিয়া ব্যৱহাৰ কৰিব নোৱাৰি।

দাম

কণ্ডমটো ফ্ৰান্সত আৱিষ্কাৰ হৈছিল আৰু পিছত নিলাম কৰা হৈছিল। ইয়াৰ দৈৰ্ঘ্য আছিল ১৯ চে.মি. অৰ্থাৎ ৭ ইঞ্চি। ইয়াৰ বিশেষত্ব আছিল যে ইয়াক হাতেৰে তৈয়াৰ কৰা হৈছিল, যি আজিৰ সময়ত কঠিন কাম।

ফ্ৰান্স

জানিব পৰা মতে, ১৮ শতিকাত ভেড়া, গাহৰি, ছাগলী আদিৰ অন্ত্ৰৰ পৰা এনে কণ্ডম তৈয়াৰ কৰা হৈছিল। সেই সময়ত এই কণ্ডম অনন্য আছিল কাৰণ সেই সময়ত মানুহে গৰ্ভনিৰোধৰ বিষয়ে জ্ঞাত নাছিল।

তৈয়াৰ

ইয়াৰোপৰি আমি যদি বজাৰত উপলব্ধ দামী কণ্ডমৰ কথা কওঁ,তেন্তে তাৰ নাম হ'ল SKYN Supreme Feel Condoms .ইয়াৰ ১০ টা পিচ ক্ৰয় কৰিলে মুঠ ১০০ ডলাৰ অৰ্থাৎ ৮,৩০০ টকা ভৰিব লাগিব।

উপলব্ধ কণ্ডম

পঢ়িবলৈ ক্লিক কৰক 

হনুমানক সন্তুষ্ট কৰাৰ উপায়