মঞ্চত জুবিন গাৰ্গক সাবটি ধৰি নিলম্বিত হ’ল মহিলা গৃহৰক্ষী জোৱান!

15 May 2024

 TV9 Assam 

প্ৰায়ে বিতৰ্কত সেমাই পৰে জুবিন

জুবিন গাৰ্গ

জুবিন গাৰ্গ বুলিলে সংগীত প্ৰেমীৰ মাজত আলোড়নৰ সৃষ্টি হয়

হাৰ্টথ্ৰৱ

জুবিনৰ সংগীতানুষ্ঠান বুলিলেই দৰ্শকৰ লানি নিছিগা ভিৰ। যাৰ বাবে জুবিনক হাৰ্টথ্ৰ’ব বুলিও কোৱা হয়।

হাৰ্টথ্ৰৱ

সামাজিক মাধ্যমত জুবিনৰ আছে অজস্ৰ অনুৰাগী

অনুৰাগী

সংগীত অনুষ্ঠানৰ মাজতে কেতিয়াব-কেতিয়াবা ধেমেলিয়া ৰূপত আৰু কেতিয়াবা বিতৰ্কত সোমাই পৰে জুবিন।

জুবিন আৰু বিতৰ্ক

এইবাৰ জুবিন গাৰ্গৰ সংগীত অনুষ্ঠানত ঘটিল অদ্ভুদ ঘটনা।

জুবিন আৰু বিতৰ্ক

এইবাৰ জুবিন নহয় জুবিনক সাৱটি ধৰি চুম্বন কৰি বিপদত মহিলা গৃহৰক্ষী জোৱান।

বিপদত অনুৰাগী

জুবিন গাৰ্গক সাবটি ধৰি নিলম্বিত হ’ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলিপ্ৰভা চুতীয়া।

চাকৰি গ'ল গৃহৰক্ষীৰ

চাবলৈ ক্লিক কৰক

ৰাতি নাখাব এই খাদ্য