চাইনাছৰ সমস্যা হ'লে কি কৰিব ? ৰোধ কৰাৰ উপায়

December 24, 2025

TV9 ASSAM

শীতকালত প্ৰায়ে চাইনাছৰ সমস্যা হয়। এই সমস্যাৰ কাৰণ হ’ব পাৰে প্ৰদূষণ বৃদ্ধি, হঠাৎ উষ্ণতা হ্ৰাস।

চাইনাছৰ সমস্যা

চাইনাছৰ ফলত তীব্ৰ মূৰৰ বিষ, উশাহ-নিশাহত কষ্ট  হ’ব পাৰে। শীতকালত চাইনাছৰ সমস্যা ৰোধৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি?

লক্ষণ

চাইনাছৰ সমস্যাৰ সহজ সমাধান অতিৰিক্ত পানী খাব লাগে। অধিক পানী খালে শৰীৰে স্বাভাৱিকতে চাইনাছত জমা হোৱা মলি বাহিৰ কৰি দিয়ে।

পানী খাব লাগে

এচামুচ আপেল চাইডাৰ ভিনেগাৰ, অলপ কুটি লোৱা আদা, নেমু, জালুক, আধা চামুচ হালধি, তিনি-চাৰিটা নহৰু  এগিলাচ পানীত উতলাই ঠাণ্ডা কৰি খাব পাৰে।

এই পানীয় খাব পাৰে

চাইনাছৰ সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মিত ভাপ ল'ব লাগে। এটা পাত্ৰত গৰম পানী ৰাখি টাৱেলেৰে মূৰটো ঢাকি সেই পাত্ৰটোৰ পৰা ভাপ লওক।

ভাপ ল'ব 

চাইনাছৰ সমস্যা ভাইৰাছ, বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণৰ ফলত হয়। গতিকে খাদ্য খোৱাৰ আগতে বা চকু আৰু নাক স্পৰ্শ কৰাৰ আগতে হাত দুখন ভালদৰে ধুব লাগে।

হাত ভালদৰে ধুব 

ঘৰখন পৰিষ্কাৰ কৰি ৰাখক। চোফা কভাৰ, কাৰ্পেট, পৰ্দা, বিচনা চাদৰ, আঁঠুৱাৰ কভাৰ নিয়মিতভাৱে সলনি কৰক। 

পৰিষ্কাৰ 

পঢ়িবলৈ ক্লিক কৰক

মদ্যপান কৰিলে মানুহ কিয় ফুলে ?