31 Octiber 2025
TV9 ASSAM
আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে শৰীৰক ভাইৰাছ আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে।
আমলখিয়ে শৰীৰত উষ্ণতা বজাই ৰাখিব পাৰে আৰু শ্বাস-প্ৰশ্বাস উন্নত কৰাত সহায় কৰে। চৰ্দি আৰু কাহৰ পৰাও উপশম পাব পাৰি।
ইয়াত থকা এণ্টিঅক্সিডেন্টবোৰে ছালখন মমৃণ আৰু উজ্জ্বল কৰি ৰাখে, লগতে ছালখন হাইড্ৰেট কৰি ৰাখে।
আমলখিয়ে স্মৃতিশক্তি উন্নত কৰাত সহায় কৰে আৰু লগতে মনোযোগ বৃদ্ধিত সহায় কৰে।
আমলখিত থকা উপাদানসমূহে তেজত কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।
আমলখিত থকা আইৰণ আৰু ভিটামিন চিয়ে চুলিৰ শিপা মজবুত কৰাৰ লগতে চুলি সৰা সমস্যা দূৰ কৰাত সহায় কৰে।
আমলখিত থকা আইৰণ আৰু ভিটামিনে শৰীৰৰ ৰক্তকণিকা বৃদ্ধি কৰাত সহায় কৰে, গতিকে ই ৰক্তহীনতা নিৰাময় কৰে বুলি কোৱা হয়।
পঢ়িবলৈ ক্লিক কৰক