গৰম দিনত কিয় কাজিনেমুৰ ৰস খাব লাগে ?

19 May 2025

TV9 ASSAM

Credits: Getty Images

গৰমৰ দিনত স্বাস্থ্যৰ বাবে কাজিনেমু বৰ উপকাৰী বুলি কোৱা । এই সময়ত অসমৰ বজাৰত কাজিনেমুৱে ভৰি পৰে ।

স্বাস্থ্যৰ বাবে কাজিনেমু

বিশেষজ্ঞৰ উপৰিও অসমীয়া সমাজত প্ৰচলিত ধাৰণা অনুসৰি কাজিনেমু বহু স্বাস্থ্য উপকাৰী গুণ আছে ।

স্বাস্থ্য উপকাৰী গুণ

গৰমত দিনত কাজিনেমু কিয় খাব লাগে জানেনে । বিশেষকৈ শৰীৰটো হাইড্ৰেট কৰি ৰাখিবলৈ কাজিনেমু অতি উপকাৰী বুলি কোৱা হয় ।

কিয় খাব লাগে ?

ভিটামিন চিৰ এক উৎকৃষ্ট উৎস হৈছে কাজিনেমু । ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ পৰা আৰম্ভ কৰি সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়।

ভিটামিন চি

গৰম দিনত কাজিনেমুৰ ৰস খালে হজম শক্তি বৃদ্ধি পায়। বদহজম, পেট ফুলাৰ দৰে সমস্যা দূৰ কৰাৰ বাবে ই উপকাৰী ।

হজম শক্তি বৃদ্ধি

গৰম দিনত শৰীৰটো হাইড্ৰেট কৰি ৰাখিবলৈ কাজিনেমু খাব পাৰে । তদুপৰি গৰমৰ পৰাও শৰীৰটোক ৰক্ষা কৰে কাজিনেমুৰ ৰসে ।

শৰীৰটো হাইড্ৰেট কৰে

কাজিনেমুয়ে ওজন নিয়ন্ত্ৰণৰ প্ৰচেষ্টাত সহায় কৰে বুলি কোৱা হয়। ওজন হ্ৰাস কৰাৰ বাবে কাজিনেমুৰ ৰস অতি উপকাৰী।

ওজন নিয়ন্ত্ৰণ

পঢ়িবলৈ ক্লিক কৰক

ভিটামিন ডি সমৃদ্ধ ৩ বিধ খাদ্য