ভিটামিন ডি সমৃদ্ধ ৩ বিধ খাদ্য

18 May 2025

TV9 ASSAM

Photos Credit Getty Images

ভিটামিন ডি শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। ই আপোনাৰ তেজ আৰু হাড়ত কেলচিয়ামৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে ।

শৰীৰৰ বাবে প্ৰয়োজনীয়

ভিটামিন ডিৰ অভাৱত গাঁঠিৰ বিষ, পেশীৰ দুৰ্বলতা, ক্ৰেম্প আৰু ক্লান্তি আদি সমস্যা হ’ব পাৰে। ভিটামিন ডিৰ বাবে এই ৩টা খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক ।

পেশীৰ দুৰ্বলতা

ছালমন, মেকেৰেল আৰু চাৰ্ডিনৰ দৰে চৰ্বিযুক্ত মাছ ভিটামিন ডিৰ শক্তিশালী উৎস। মাছ খাদ্যৰ তালিকাত ৰাখিব পাৰে ।

মাছ

মাছ ভিটামিন ডি আৰু ওমেগা-৩ ফেটি এচিডৰ ভাল উৎস। ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ আঞ্জাত মাছ ৰাখিব পাৰে ।

মাছৰ আঞ্জা

নিৰামিষভোজী লোকসকলে খাদ্যৰ তালিকাত কাঠফুলা ৰাখিব পাৰে । ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন ডি থাকে।

কাঠফুলা

আন পাচলিৰ সৈতে কাঠফুলা মিহলাই খাব পাৰে। কাঠফুলা খালে শৰীৰত ভিটামিন ডিৰ অভাৱ নাইকিয়া হয়।

কাঠফুলাৰ আঞ্জা

কুকুৰা কণীত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে । কিন্তু কণী ভিটামিন ডিৰ ভাল উৎস । ব্ৰেকফাষ্টৰ বাবে এইটো এটা ভাল বিকল্প হ’ব পাৰে।

কণী

অমলেট বা তৰকাৰীৰ ৰূপত কণী খাব পাৰে। কণীয়ে শৰীৰত ভিটামিন ডিৰ অভাৱ দূৰ কৰাত সহায় কৰিব ।

অমলেট

পঢ়িবলৈ ক্লিক কৰক

হঠাতে ৰক্তচাপ বৃদ্ধিৰ লক্ষণ