উৰ্ফি জাভেদে ব্ৰা নিপিন্ধাৰ আঁৰত আছে এনে কাৰণ…

09 May 2025

TV9 ASSAM

মনোৰঞ্জনৰ জগতখনত উৰ্ফি জাভেদ এক চৰ্চিত নাম। উৰ্ফি নামটো শুনিলেই মনলৈ আহিব এক অদ্ভুত ফেশ্বন।

উৰ্ফি জাভেদ

নিজৰ সাজ-পোছাকৰ বাবে প্ৰায়ে উপহাসৰ সন্মুখীন হয় উৰ্ফি। কিন্তু এনে উপহাসক তেওঁ গুৰুত্ব নিদিয়ে। উৰ্ফিৰ ভাষাতে, ‘মোৰ জীৱন, মোৰ নিয়ম।’

উৰ্ফিৰ জীৱনবোধ

উৰ্ফিয়ে এক সাক্ষাৎকাৰত কয় যে পিতৃৰ কঠোৰ অনুশাসনৰ বাবে তেওঁ ডিঙি ঢাকি কাপোৰ পিন্ধিব লগা হৈছিল। পিতৃয়ে তেওঁক মৌখিক-শাৰীৰিক নিৰ্যাতন চলোৱা বুলিও উৰ্ফিয়ে কয়।

ক’লে এনে কথা

সেই সময়ৰ পৰাই স্বাধীনতাৰ ধাৰণাটোৱে- সাজ-পোছাকৰ স্বাধীনতা, জীয়াই থকাৰ স্বাধীনতাই তেওঁৰ মনত ঠাই পোৱা বুলি উৰ্ফিয়ে কয়।

স্বাধীন মন

উৰ্ফিৰ ভাষাত মই মোৰ শৰীৰটোক ভাল পাওঁ। এই শৰীৰটো মোৰ। গতিকে মই যি বিচাৰো কৰিব পাৰো।

স্বপ্ৰেম

এই সাক্ষাৎকাৰতে উৰ্ফিয়ে অধিক সময়ত ব্ৰা পৰিধান নকৰে বুলিও জানিবলৈ দিয়ে। তেওঁৰ ভাষাত, ব্ৰা পিন্ধিলে নিজকে পৰাধীন যেন অনুভৱ কৰে।

নিপিন্ধে ব্ৰা

উৰ্ফিয়ে কয়, “কোনো বান্ধোনত থাকিবলৈ মোৰ মন নাই। গতিকে বেছিভাগ সময়তে মই ব্ৰা নিপিন্ধো। মোৰ শৰীৰ আৰু মন খুলি ৰাখিবলৈ মন যায়। এয়া মোৰ ব্যক্তিগত পছন্দ।”

আঁৰৰ কাৰণ

পঢ়িবলৈ ক্লিক কৰক 

ডালিমৰ জুচ খালে বাঢ়ে নেকি ডায়েবেটিছ?