সকলোৰে পাছপ'ৰ্টৰ ৰং নীলা, পিছে শ্বাহৰুখৰ মেৰুণ কিয় জানেনে?

 26 June 2025

TV9 ASSAM

এখন দেশৰ পৰা আন এখন দেশলৈ যাবলৈ পাছপ’ৰ্ট লাগে। এই পাছপ'ৰ্টত যাত্ৰীজন কোন দেশৰ নাগৰিক, সেই বিষয়ে উল্লেখ কৰা হয়।

পাছপ’ৰ্ট

প্ৰতিখন দেশৰ নাগৰিকৰ পাছপ’ৰ্টৰ ৰং বেলেগ বেলেগ। ভাৰতীয় নাগৰিকৰ পাছপ’ৰ্টৰ ৰং নীলা। পিছে জানি আচৰিত হ’ব, শ্বাহৰুখ খানৰ পাছপৰ্টৰ ৰং পৃথক।

ভাৰত

ভাৰতীয় পাছপ’ৰ্টৰ ৰং সাধাৰণতে নীলা ৰঙৰ যদিও আন দুবিধ পাছপ’ৰ্ট ব্যৱহাৰ কৰা হয়। বহু লোকে মেৰুণ আৰু বগা ৰঙৰ পাছপ’ৰ্ট ব্যৱহাৰ কৰা দেখা যায়।

ৰং

মূলতঃ চৰকাৰী বিষয়াই বগা পাছপ’ৰ্ট পায়। আনহাতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মূলতঃ কূটনীতিবিদ আৰু উচ্চপদস্থ বিষয়াই মেৰুণ পাছপ’ৰ্ট লাভ কৰে।

ব্যৱহাৰ

পিছে শ্বাহৰুখে এই পাছপ’ৰ্ট কিদৰে পালে! প্ৰকৃততে শ্বাহৰুখৰ খ্যাতি বিশ্বজুৰি দেখা যায়। সেইবাবেই তেওঁক ভাৰতৰ এই বিশেষ পাছপ’ৰ্টেৰে সন্মানিত কৰা হৈছে।

শ্বাহৰুখ

এই পাছপ’ৰ্ট থকাসকলৰ বাবে বিদেশ যাত্ৰা সহজ হৈ পৰে। যিসকলৰ এই পাছপ’ৰ্ট আছে তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে ইমিগ্ৰেচন ক্লিয়াৰেন্সৰ প্ৰয়োজন নাই।

সুবিধা

অৱশ্যে ইণ্ডিয়া ডট কমৰ এক প্ৰতিবেদন অনুসৰি শ্বাহৰুখ খান বা তেওঁৰ দলৰ পৰা মেৰুণ পাছপ’ৰ্ট ব্যৱহাৰ কৰে নে নকৰে তাৰ কোনো নিশ্চয়তা পোৱা নাই।

নিশ্চয়তা

পঢ়িবলৈ ক্লিক কৰক 

খাহী আৰু পঠা ছাগলীৰ পাৰ্থক্য জানেনে?