ডিপ্ৰেচন হৈছে মানুহক মানসিক ভাবে দূৰ্বল হোৱা।

13 Sep 2025

TV9 ASSAM

আজিকালি মানুহবোৰ বহুত সৰু সৰু কথাতে হতাশাগ্ৰস্ত হৈ পৰে।

ডিপ্ৰেচন

ডিপ্ৰেচন সাধাৰণতে দুটা কাৰণত হ'ব পাৰে ।

কাৰণ

"biological" মগজুৰ কিছুমান chemical ৰিলিছ হয় যাৰ দ্বাৰা আমাৰ মগজুক সক্ৰিয় (activate) কৰি ৰাখে।

কাৰণ

 আনটো মানুহৰ জীৱনৰ  সমস্যা আৰু প্ৰতিদিনে ঘটি থকা ঘটনা সমূ্হৰ বাবে।

কাৰণ

ডিপ্ৰেচনৰ মুক্ত হ’বলৈ আপুনি ভালপোৱা গীত শুনিব পাৰে।

প্ৰতিকাৰ

বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে সমস্যাবোৰ আলোচনা কৰক।

প্ৰতিকাৰ

এখন ভাল কিতাপ পঢ়িও মানসিক স্থিতি উন্নত কৰিব পাৰে।

প্ৰতিকাৰ

লগতে পঢ়ক

দুৰ্গা পূজাৰ পূৰ্বে সোণৰ মূল্যই আচৰিত কৰিব আপোনাক!