বিছনাত খাদ্য গ্ৰহণ কৰিলে বাস্তৱ জীৱনত কি প্ৰভাৱ পৰে ?

8 June 2025

TV9 ASSAM

Photos Credit: Getty Images

বহু লোকৰ বিছনাতে খাদ্য খোৱাৰ অভ্যাস আছে । ইয়াৰ ফলত আপোনাৰ বাস্তৱ জীৱনত কি প্ৰভাৱ পৰে জানেনে?

অভ্যাস

বাস্তু শাস্ত্ৰৰ মতে, বিছনাত খাদ্য গ্ৰহণ কৰিলে ঋণাত্মক শক্তিয়ে আপোনাক আগুৰি ধৰিব পাৰে । বিছনা কেৱল জিৰণি লোৱাৰ বাবেহে ব্যৱহাৰ কৰা হয় ।

ঋণাত্মক শক্তি

বিছনাত বহি খাদ্য খোৱাৰ ফলত আপোনাৰ পাচনতন্ত্ৰৰ সমস্যা সৃষ্টি হ'ব পাৰে । ই বেয়া অভ্যাস ।

পাচনতন্ত্ৰৰ সমস্যা

বিছনাত খাদ্য গ্ৰহণ কৰাৰ ফলত মানসিক স্বাস্থ্যত প্ৰভাৱ পৰে । মনত অশান্তিৰ সৃষ্টি হ'ব পাৰে । টোপনিও হ্ৰাস পায়।

অশান্তি 

বিছনাত বহি খাদ্য খোৱাৰ ফলত বৈবাহিক বা পাৰিবাৰিক জীৱনত অশান্তি সৃষ্টি হ'ব পাৰে । অস্থিৰতাই আগুৰি ধৰে ।

পাৰিবাৰিক জীৱন

বিছনাত বহি খাদ্য খোৱাৰ ফলত আৰ্থিক সংকটৰ সৃষ্টি হ'ব পাৰে । অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে । 

আৰ্থিক সংকট

এই অভ্যাসে মানসিক আৰু কৰ্মক্ষমতা হ্ৰাস কৰে । ই এলাহ ভাৱ বৃদ্ধি কৰিব পাৰে । যিকোনো পৰিস্থিতিত জটিলতা বৃদ্ধি কৰিব পাৰে ।

কৰ্মক্ষমতা হ্ৰাস

পঢ়িবলৈ ক্লিক কৰক

ঘৰৰ বাৰীত নৰসিংহৰ গছ থাকিলে ভাল নে বেয়া ?