ঘৰৰ বাৰীত নৰসিংহৰ গছ থাকিলে ভাল নে বেয়া ?

7 June 2025

TV9 ASSAM

Photo Credits: Getty Images

নৰসিংহৰ পাত অসমীয়া ৰন্ধন প্ৰণালীত প্ৰায়ে ব্যৱহাৰ কৰা হয় । কিন্তু এই গছ ঘৰৰ বাৰীত ৰোপণ কৰিলে কি হয় ? বাস্তু শাস্ত্ৰত কি নিৰ্দেশনা দিয়া হৈছে? 

 বাস্তু শাস্ত্ৰৰ নিৰ্দেশনা

নৰসিংহৰ পাতত বহু ঔষধি গুণ আছে । সেয়েহে প্ৰায় সংখ্যক লোকে ৰন্ধন প্ৰণালীত নৰসিংহৰ পাত ব্যৱহাৰ কৰে ।

ঔষধি গুণ

বাস্তু শাস্ত্ৰত এই ক্ষেত্ৰত নিৰ্দেশনা দিয়া আছে । সঠিক দিশত গছপুলি ৰোপণ, যত্ন লোৱাটো অতি প্ৰয়োজন । ই সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰিব পাৰে ।

গছপুলি ৰোপণ

কোৱো হৈছে যে, বাৰীত থকা নৰসিংহৰ গছ বৰ বেছি ডাঙৰ হ'বলৈ দিব নালাগে । মাজে মাজে কাটি থাকিব লাগে ।

ডাঙৰ হ'বলৈ নিদিব

নৰসিংহ গছজোপা বেছি ওখ হ'লে ই আপোনাৰ বাবে বেয়া ফলাফল কঢ়িয়াই আনিব । এই ক্ষেত্ৰত আপুনি সাৱধান হোৱাৰ প্ৰয়োজন ।

বেয়া ফলাফল

নৰসিংহৰ গছ যদি বেছি ডাঙৰ হয় তেন্তে ঘৰৰ ল'ৰা-ছোৱালীৰ অগ্ৰগতিত বাধা আহে । চাকৰি, ব্যৱসায়ত বাধা সৃষ্টি হয় । তদুপৰি বিবাহৰ ক্ষেত্ৰত বাধা সন্মুখীন হ'ব পাৰে ।

অগ্ৰগতিত বাধা

নৰসিংহৰ গছজোপা ৩ ফুটৰ তলত থাকিব লাগে । বেছি ওখ হ'লে কাটি দিব লাগে । ই আপোনাৰ বাবে ভাল ফলাফল কঢ়িয়াই আনিব।

৩ ফুটৰ তলত

পঢ়িবলৈ ক্লিক কৰক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰিব ?