বিয়াৰ পিছত মহিলাসকলে যেন জিলিকি উঠে।
14 OCT 2025
TV9 ASSAM
ইয়াৰ বিভিন্ন কাৰণ আছে, কিন্তু বহুলোকে প্ৰকৃত কাৰণ নাজানে।
কাৰণ
এগৰাকী যুৱতীৰ বিয়া হোৱাৰ পিছত জীৱনত সুখ আৰু আনন্দৰ আহে।
হেপী হ'ৰমন
এই হৰম’নবোৰৰ ভিতৰত এণ্ড’ৰ্ফিন, ড’পামিন, অক্সিট’চিন, চেৰ’টনিন আদি অন্তৰ্ভুক্ত।
হ'ৰমন
বিবাহৰ পিছত সন্তুষ্টিদায়ক যৌন জীৱনে উজ্জ্বলতা বৃদ্ধি কৰে বুলি একাংশই কয়।
যৌন সংযম
বিবাহিত দম্পতীয়ে কোনো বাধা নোহোৱাকৈয়ে ইয়াক উপভোগ কৰে।
কাৰণ
নিয়মীয়া যৌন সম্পৰ্কই দুয়োজন সংগীৰ বাবে সুখ কঢ়িয়াই আনে।
কাৰণ
এই তথ্য TV9 Assam এ নিশ্চিত নকৰে, সামাজিক মাধ্যমৰ পৰা দিয়া হৈছে।
স্পষ্টীকৰণ
লগতে পঢ়ক
গৰিমাৰ আৱেগিক পোষ্ট
Learn more