গৰমৰ দিনত প্ৰায়ে পেটৰ সমস্যাই দেখা দিয়ে।

গৰমৰ দিনত প্ৰায়ে পেটৰ সমস্যাই দেখা দিয়ে।

15  June 2025

TV9 ASSAM

Tv9-Assam-Logo
ডায়েৰিয়া, পেটৰ বিষ আদি হোৱাটো সাধাৰণ কথা।

ডায়েৰিয়া, পেটৰ বিষ আদি হোৱাটো সাধাৰণ কথা। 

গৰমত

পেটৰ সমস্যা হোৱাৰ মূল কাৰণ হৈছে শৰীৰত পানীৰ অভাৱ আৰু খাদ্যৰ বিষক্ৰিয়া।

পেটৰ সমস্যা হোৱাৰ মূল কাৰণ হৈছে শৰীৰত পানীৰ অভাৱ আৰু খাদ্যৰ বিষক্ৰিয়া। 

গৰমৰ পেটৰ সমস্যা

ঘাম ওলোৱাৰ ফলত শৰীৰৰ পৰা পানী কমি যায়, যাৰ ফলত ডিহাইড্ৰেচন হ'ব পাৰে।

ঘাম ওলোৱাৰ ফলত শৰীৰৰ পৰা পানী কমি যায়, যাৰ ফলত ডিহাইড্ৰেচন হ'ব পাৰে।

কাৰণ

গৰমৰ দিনত গৰমৰ দিনত বেছি তেলযুক্ত বা মচলাযুক্ত খাদ্য খোৱা অনুচিত।

কাৰণ

গৰমৰ দিনত বেক্টেৰিয়া আৰু ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনা বাঢ়ি যায়। 

কাৰণ

দিনত দুবাৰকৈ নহৰু পানীৰ সৈতে সেৱন কৰিলে সমস্যা দূৰ হ'ব।

উপায়

পাতল খাদ্য, যেনে- ভাত, ডাইল, পাচলি আদি গ্ৰহণ কৰিব লাগে।

উপায়

চাবলৈ ক্লিক কৰক 

পিতৃ দিৱসৰ শুভেচ্ছা