সেমেকা বতৰত মহিলাসকলৰ যৌনাংগত বিভিন্ন সমস্যা হয়।

1 May 2025

TV9 ASSAM

বহু সময়ত মহিলাসকলে যৌনাংগৰ সমস্যাবোৰ আওকাণ কৰি চলে। কিন্তু এয়া ভুল!

মগিলাৰ সমস্যা

সংক্ৰমণ হ'লে যোনিত শাৰীৰিক সম্পৰ্ক স্থাপন বা প্ৰস্ৰাৱৰ সময়ত জ্বলন হয়।

লক্ষণ

যৌনাংগত ঘা হোৱা বা ৰঙা পৰা আৰু অনবৰতে খজুৱতি হোৱাও এটা লক্ষণ।

লক্ষণ

যৌনাংগত অসহ্য বিষ হোৱা আৰু গুৰুতৰ ভাবে ৰঙা পৰি ফাটি যোৱাৰ দৰে হ'ব পাৰে।

লক্ষণ

গৰ্ভাৱস্থাৰ সময়ত বহু মহিলাৰ এনে সমস্যা হ'ব পাৰে।

কাৰণ

মাহেকীয়াৰ সময়ত যোনিৰ পৰিস্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব নিদিয়া।

কাৰণ

তিতা বা ঘামযুক্ত অন্তৰ্বাস পিন্ধাৰ বাবে এই সংক্ৰমণ যৌনাংগত দেখা দিয়ে।

কাৰণ

চাবলৈ ক্লিক কৰক 

HS ৰ ফলাফল