জৰায়ুৰ সংক্ৰমণ এটা গুৰুতৰ সমস্যা।
13 AUG 2025
TV9 ASSAM
এই সংক্ৰমণৰ ফলত বন্ধ্যাত্বৰ সৃষ্টি হ’ব পাৰে।
সংক্ৰমণ
জৰায়ুৰ সংক্ৰমণৰ মুখ্য কাৰণবোৰ হ’ল বেক্টেৰিয়া, ভাইৰাছ, বা ফাংগাছৰ সংক্ৰমণ।
সংক্ৰমণ
অস্বাস্থ্যকৰ পৰিৱেশ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱেও সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে।
কাৰণ
প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ বা জ্বলা-পোৰা অনুভৱ কৰিলেও সাৱধান হওক।
লক্ষণ
ঋতুস্ৰাৱৰ সময়ত অসহ্যকৰ বিষ হ’লে সহজভাৱে নল’ব।
লক্ষণ
সুৰক্ষিত যৌন সম্পৰ্কৰ জৰিয়তে এই সংক্ৰমণ ৰক্ষা কৰিব পাৰে।
প্ৰতিৰোধ
পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰতিৰোধৰ লক্ষণ।
প্ৰতিৰোধ
অসমত কেতিয়া শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰিব?
লগতে পঢ়ক
Learn more