ডায়েবেটিছ ৰোগীয়ে কিয় সঘনাই প্ৰস্ৰাৱ কৰে? জানিবলৈ চাওক

27 NOV 2025

TV9 ASSAM

ডায়েবেটিছ এতিয়াৰ সময়ত এক সাধাৰণ সমস্যা হৈ পৰিছে। সঘনাই প্ৰস্ৰাৱ কৰাটো এই ৰোগৰ এক অন্যতম লক্ষণ। পিছে কিয় হয় এনে?

ডায়েবেটিছ

তেজত চেনিৰ মাত্ৰা অধিক হ’লে শৰীৰে সেই অতিৰিক্ত চেনি প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ কৰিবলৈ চেষ্টা কৰে।

তেজত চেনিৰ মাত্ৰা

কিডনীয়ে তেজৰ পৰা অতিৰিক্ত চেনি পৰিশ্ৰাৱণ কৰে। এইসময়ত চেনিৰ সৈতে মিহলাই বাহিৰ কৰিবলৈ অতিৰিক্ত পানীও টানি আনে।

কিডনীৰ পৰিস্ৰাৱণ

প্ৰস্ৰাৱত গ্লুক’জৰ মাত্ৰা অধিক হ’লে Osmosisত দ্বাৰা পানী ভিতৰলৈ টানি আনে। ফলত ডায়েবেটিছ ৰোগীৰ প্ৰস্ৰাৱৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পায়।

Osmosis প্ৰভাৱ

বাৰে বাৰে প্ৰস্ৰাৱ হোৱাৰ ফলত শৰীৰৰ পৰা পানী বেছিকৈ ওলাই যায় আৰু শৰীৰত পানীৰ অভাৱ অৰ্থাৎ ডিহাইড্ৰেচন হয়।

ডিহাইড্ৰেচন

পানীৰ অভাৱ পূৰণ কৰিবলৈ অধিক পিয়াহ লাগে, ইয়াৰ ফলত পানী অধিক খোৱা হয় আৰু সঘনাই প্ৰস্ৰাৱ কৰে।

পিয়াহ

পঢ়িবলৈ ক্লিক কৰক 

উক্ত ৰক্তচাপৰত সকাহ দিব পুৱাৰ এনে অভ্যাসে