নিশা কোনে দাইল খাব নালাগে, জানক...

6June 2025

TV9 ASSAM

দাইল আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়।  দাইলত প্ৰ'টিন, জিংক, ভিটামিন, অন্য মিনাৰেলছ উপাদান থাকে। দাইলত এন্টি অক্সিডেন্ট থাকে। যিয়ে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কম কৰে।

দাইল

দাইলে আমাৰ শৰীৰৰ শক্তি বৃদ্ধিত সহায় কৰে। ইমানেই নহয়, যকৃত আৰু বৃক্কৰ বাবে দাইল প্ৰয়োজনীয়। ইয়াত থকা কেলচিয়ামে হাড় মজবুত কৰাৰ কাম কৰে।

এনাৰ্জী

কিন্তু আপুনি জানেনে, সকলোৰে বাবে দাইল ভাল নহয়। কিছুমান লোতে নিশা দাইল খাব নালাগে। অন্যথা বেয়া প্ৰভাৱ পৰিব পাৰে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

বেয়া

যিসকল লোকে ওজন বৃদ্ধি বা কম কৰিব বিচাৰে সেই সকলে নিশা দাইল সেৱন কৰিব লাগে। ইয়াৰ ফলত ওজন হ্ৰাস, বৃদ্ধিত সমস্যা আহিব পাৰে।

ওজন

যিসকল লোকৰ পাচনতন্ত্ৰৰ লগত জড়িত সমস্যা আছে সেইসকলে নিশা দাইল খাব নালাগে। ৰহৰ, মচুৰ, মাটি দাইল আদিয়েও পাচন ক্ৰিয়াত অসুবিধা কৰিব পাৰে।

পাচনতন্ত্ৰ

যিসকল লোকৰ নিশা টোপনি নাহে বা অনিদ্ৰাৰ সমস্যা আছে সেই সকলে নিশা দাইল খাব নালাগে। ইয়াৰোপৰি কিছুমানৰ পেট বিষৰ সমস্যা হোৱা দেখা যায়।

অনিদ্ৰা

যিসকল লোকৰ থাইৰয়ডৰ সমস্যা আছে সেই সকলে দাইল খোৱাৰ পৰা বিৰত থাকিব লাগে। বিশেষকৈ মচুৰ দাইল থাইৰয়ডৰ সমস্যা থকা ৰোগীৰ বাবে বেয়া।

থাইৰয়ড

এই লেখাটোত কিছুমান সাধাৰণ বিষয় উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত অধিক জানিবৰ বাবে আপুনি চিকিৎসকৰ সহায় গ্ৰহণ কৰিব পাৰে।

চিকিৎসক

পঢ়িবলৈ ক্লিক কৰক 

ভিটামিন B12 অভাৱৰ লক্ষণ