ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ধৰ্ম কি জানেনে?

18 Sept 2025

TV9 ASSAM

বৰ্তমান ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ লগতে  ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন তীব্ৰ চৰ্চাত আছে। পুটিনে ভাৰতৰ সৈতে এক ভাল সম্পৰ্ক ৰক্ষা কৰি আহিছে।

ৰাছিয়া

পুটিনৰ বিভিন্ন দিশ বহু সময়ত চৰ্চাত থাকে। পিছে আপুনি জানেনে, পুটিন কি ধৰ্মৰ বা তেওঁ কি ধৰ্ম মানি চলে?

পুটিন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ মাতৃ খ্ৰীষ্টান ধৰ্মৰ আছিল। পুটিনৰ ডিঙিত ক্ৰছৰ এডাল মালা পিন্ধি থকাও দেখা যায়।

পুটিন

গতিকে পুটিনে ৰাছিয়াৰ ৰুঢ়িবাদী খ্ৰীষ্টান ধৰ্ম ( Russian orthodox Christianity)অনুসৰণ কৰে। পুটিনক বিভিন্ন ধৰ্মীয় সভাতো দেখা যায়।

পুটিনৰ ধৰ্ম

ভ্লাদিমিৰ পুটিনে ৰাছিয়াক এনে এখন দেশ হিচাপে বিশ্বৰ আগত দেখুৱাব বিচাৰে য়ি খ্ৰীষ্টান ধৰ্ম আৰু পুৰণি নৈতিক মূল্যৰ ৰক্ষক।

ৰাছিয়া

ৰাছিয়াত প্ৰায় ১৪.২ কোটি জনসংখ্যাই খ্ৰীষ্টান ধৰ্ম পালন কৰে। পুটিনেও এই ধৰ্ম মানি চলে। আধাতকৈ বেছি ৰাছিয়ান অৰ্থডক্স খ্ৰীষ্টানিটি মানি চলে।

জনসংখ্যা

তথ্য অনুসৰি, পৃথিৱীত ২০০ ৰ পৰা ৩০০ মিলিয়ন অৰ্থডকস খ্ৰীষ্টান লেক আছে। ইয়াৰে প্ৰায় ১০০ মিলিয়ন ৰাছিয়াত আছে। ৰাছিয়াৰ লগতে অন্য দেশতো খ্ৰীষ্টান লোক আছে।

তথ্য

পঢ়িবলৈ ক্লিক কৰক 

ডুবাইৰ দৰমহা