Outdoor Business Pain

গৰমত অচেতন হোৱা ব্য়ক্তিক পানী দিয়াটো উচিত নে?

2 May 2025

TV9 ASSAM

Tv9-Assam-Logo

Credits: Getty Images

Heat Wave: A Close Up Of A Young Man Pouring Water From A Plastic Bottle On His Face During A Hot Afternoon While Traveling.

গ্ৰীষ্মকালত হিট ষ্ট্ৰ’ক, ডিহাইড্ৰেচন আৰু উচ্চ উষ্ণতাৰ বাবে অচেতন হোৱাটো সাধাৰণ সমস্যা।

ডিহাইড্ৰেচন

Senior Woman Falling

হঠাৎ কোনো ব্যক্তি অচেতন হৈ পৰিলে মানুহ আতংকিত হৈ পৰে আৰু লগে লগে তেওঁক পানী খাবলৈ দিয়ে । কিন্তু তেনে কৰা উচিত নে?

 মানুহ আতংকিত

Portrait Of Man Placing Hands On The Chest Suffering From Pain In The Heart.

দিল্লীৰ আৰ এম এল হাস্পতালৰ চিকিৎসক ডাঃ সুভাষ গিৰিয়ে কয় যে, যেতিয়া এজন ব্যক্তি অচেতন হৈ পৰে তেতিয়া শৰীৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বন্ধ কৰে ।

শৰীৰৰ প্ৰতিক্ৰিয়া

বিশেষজ্ঞসকলৰ মতে, যদি কোনোবা সম্পূৰ্ণ অচেতন হৈ থাকে, শৰীৰে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে তেন্তে তেওঁক পানী দিয়াটো বিপদজনক হ’ব পাৰে।

 সম্পূৰ্ণ অচেতন

লগে লগে পানী দিয়াৰ ফলত ব্যক্তিজনৰ শ্বাসৰুদ্ধ হোৱাৰ আশংকা থাকে । গতিকে সাৱধান হোৱাটো প্ৰয়োজন ।

শ্বাসৰুদ্ধ

ডাঃ সুভাষৰ মতে, লগে লগে ব্যক্তিজনক ছাঁ বা শীতল ঠাইলৈ লৈ যাব লাগে। ফেন বা শীতল বতাহ দিব লাগে যাতে শৰীৰৰ উষ্ণতা হ্ৰাস কৰিব পৰা যায়।

শৰীৰৰ উষ্ণতা হ্ৰাস

যদি ব্যক্তিজনে চেতনা লাভ কৰিবলৈ আৰম্ভ কৰে আৰু চকু মেলি কথা পাতিব পাৰে, তেন্তে অলপ অলপকৈ পানী দিব পাৰে ।

কেতিয়া পানী দিব?

পঢ়িবলৈ ক্লিক কৰক

তেজৰ কৰ্কট ৰোগৰ লক্ষণ