ৰাতি টোপনি নাহিলে কি কৰিব?

November 11, 2025

TV9 ASSAM

বহু কাৰণত অনিদ্ৰাৰ সমস্যা সৃষ্টি হব পাৰে। বহুতে ৰাতি টোপনি আহিবলৈ ঔষধ গ্ৰহণ কৰে। কিন্তু এই অভ্যাস স্বাস্থ্যৰ বাবে বৰ ভাল নহয় ।

অনিদ্ৰাৰ সমস্যা

ৰাতি সোনকালে টোপনি আহিবলৈ এই কেইটা কথাৰ ওপৰত গুৰুত্ব দিয়ক। অনিদ্ৰা সমস্যাৰ পৰা উপশম পাব।

উপশম পোৱাৰ উপায়

অতিৰিক্ত কেফেইনে টোপনি হ্ৰাস কৰে । গতিকে যদি আপুনি অনিদ্ৰাত ভুগিছে,তেন্তে দুপৰীয়া কফি খোৱাৰ পৰা আঁতৰি থাকক।

কেফেইন

নিয়মীয়া ব্যায়ামৰ ফলত টোপনি ভাল হ’ব পাৰে। কিন্তু মনত ৰাখিব অতি ভাগৰুৱা শৰীৰ লৈ জিম বা ব্যায়াম নকৰিব।

ব্যায়াম

অনিদ্ৰাৰ সমস্যা হ’লে মদ্যপান কৰিলে অলপ টোপনি আহিব পাৰে। কিন্তু অত্যধিক মদ্যপান কৰি টোপনি হ্ৰাস পাব পাৰে।

মদ্যপান

বিচনাত ফোন, লেপটপ, আইপেড লৈ শুব নালাগে। অনিদ্ৰাত ভুগিলে বহুতে ৰাতি ফোনত ডিজিটেল মেডিয়া চাবলৈ আৰম্ভ কৰে। ই টোপনি বেয়া কৰে।

মোবাইল ব্যৱহাৰ

নিয়মিত ধ্যান কৰিলে অনিদ্ৰাৰ সমস্যা হ্ৰাস পাব। ধ্যানে আমাৰ মনটোক স্থিৰ কৰে আৰু আপোনাক সুস্থ মনৰ অধিকাৰী কৰি তুলিব।

ধ্যান

পঢ়িবলৈ ক্লিক কৰক

মহিলাৰ হাৰ্ট এটেকৰ লক্ষণবোৰ কি কি ?