TV9 ASSAM
Photos Credit Getty images
কুকুৰে কামোৰাৰ ফলত জলাতংক ৰোগ হোৱাটো অতি সাধাৰণ কথা। ই প্ৰাণীৰ লেলাৱটিৰ জৰিয়তে মানুহলৈ সংক্ৰমিত হয়।
কামোৰা বা চেলেকিলে এই ভাইৰাছ মানুহৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। এই ভাইৰাছে মগজুত প্ৰভাৱ পেলায়। ৰাস্তাত কুকুৰে কামুৰিলে কি কৰিব?
কুকুৰে কামোৰা ঠাইখিনি ভালদৰে ধুব লাগে। প্ৰথমে সেই ঠাইখিনি পানীৰে ১৫ মিনিট ধুব লাগে।
যদি ঘাঁ লগা অংশ বেছি দ নহয় তেন্তে চাবোন বা ডিটাৰজেন্ট ব্যৱহাৰ কৰিব পাৰে। এনে ক্ষেত্ৰত প্ৰতিৰোধমূলক ঔষধৰ প্ৰয়োজন নাই।
ছালত সামান্য আঁচোৰ মাৰে আৰু যদি তেজ ওলোৱা নাই তেতিয়া সেই ঠাইখিনি ভালদৰে ধুব লাগে। এন্টিচেপ্টিক প্ৰয়োগ কৰিব পাৰে। প্ৰতিষেধক লোৱাটো অতি প্ৰয়োজন।
কুকুৰে কামুৰিলে আৰু সেই অংশত যদি তেজ ওলাই আছে আৰু ডাঙৰ ঘাঁ সৃষ্টি হৈছে তেন্তে সেই ঠাইখিনি ভালদৰে ধুব লাগে।
কুকুৰে কামোৰাৰ লগে লগে এন্টি-ৰেবিজ ইমিউন’গ্ল’বিউলিনৰ লগতে প্ৰতিষেধক ল’ব লাগে।
পঢ়িবলৈ ক্লিক কৰক