TV9 ASSAM
Photos Credit:Getty Images
গৰমৰ দিনত শৰীৰক হাইড্ৰেট কৰি ৰাখিবলৈ আৰু ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ নেমুৰ পানীক আটাইতকৈ উপকাৰী পানীয় বুলি গণ্য কৰা হয়।
খালী পেটত নেমুৰ পানী খালে শৰীৰৰ অতিৰিক্ত চৰ্বি কমি যায় বুলি কোৱা হয়। কিন্তু প্ৰশ্ন হয় নেমুৰ পানী খোৱাৰ উপযুক্ত সময় কি ?
নেমুত ভিটামিন চি থাকে, যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ইয়াৰ উপৰিও ইয়াত এন্টিঅক্সিডেন্ট আৰু ইলেক্ট্ৰলাইট থাকে।
যিসকলে ওজন কমাব বিচাৰে বা শৰীৰৰ বিষমুক্ত কৰিব বিচাৰে তেওঁলোকে ৰাতিপুৱা খালী পেটত নেমুৰ পানী খাব লাগে।
যিসকলে পাচনতন্ত্ৰৰ সমস্যাত ভুগিছে তেওঁলোকে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পিছত নেমুৰ পানী খাব লাগে।
ব্যায়ামৰ পিছত শৰীৰৰ পানী আৰু ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰাত নেমুৰ পানী অতি ফলপ্ৰসূ।
ৰাতি নেমুৰ পানী খালে পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। ইয়াৰ ফলত এচিডিটি, এলাৰ্জী বা সঘনাই প্ৰস্ৰাৱৰ সমস্যা হ’ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক