যদি ডিঙিত মাছৰ কাঁইট লাগি ধৰে কি কৰিব ?

6 June 2025

TV9 ASSAM

Photos Credit: Getty Images

মাছৰ আঞ্জা প্ৰায় সংখ্যক অসমীয়া লোকৰে প্ৰিয় । কিন্তু মাছ খাওঁতে সাৱধান হোৱাটো অতি প্ৰয়োজন । কিয়নো ইয়াৰ কাঁইট ডিঙিত লাগি ধৰিব পাৰে ।

সাৱধান হ'ব

বহুতে কাঁইট লাগি ধৰাৰ আশংকাত মাছ খাবলৈ ভয় কৰে । বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত এই আশংকা থাকে ।

মাছ খাবলৈ ভয়

যদিও কোনো অসাৱধানতাৰ বাবে আপোনাৰ ডিঙিত মাছৰ কাঁইট লাগি ধৰে, তেন্তে আপুনি কি কৰিব ?

কি কৰিব ?

এই প্ৰতিবেদনৰ জৰিয়তে ডিঙিত লাগি ধৰা মাছৰ কাঁইট আঁতৰোৱাৰ কেইটামান ঘৰুৱা উপায় জানোঁ আহক ।

ঘৰুৱা উপায়

যদি মাছৰ কাঁইট ডিঙিত লাগি ধৰে তেন্তে আপুনি পানী খাব পাৰে আৰু লগতে শুকান ভাত এটুকুৰা গিলি দিব পাৰে ।

শুকান ভাত

পানীত নিমখ মিহলাই খাব পাৰে । ই ডিঙিত লাগি ধৰা কাঁইট আঁতৰ কৰাত সহায় কৰিব । 

নিমখ পানী

কুহুমীয়া পানীত নেমু চেপি পান কৰিব পাৰে । ই আপোনাৰ ডিঙিত লাগি ধৰা কাঁইট আঁতৰোৱাত সহায় কৰিব ।

কুহুমীয়া নেমু পানী

পঢ়িবলৈ ক্লিক কৰক

সফলতা শীৰ্ষত উপনীত হোৱাৰ ৫ টা অভ্যাস