সকলোৱে নিজকে ধুনীয়া কৰি ৰাখিব বিচাৰে।

9 SEP 2025

TV9 ASSAM

প্ৰথমে আমি যোগাভ্যাস কৰা উচিত। ভাগৰ, বয়সৰ চাপ সকলো আঁতৰি যাব।

সুস্থ থাকিব

শৰীৰটো সতেজ কৰি ৰাখিবলৈ নিতৌ ৮-১০ গিলাচ পানী খাব।

পানী খাওক

আমলা, নেমু, কমলা আৰু সেউজীয়া শাক-পাচলি খাব লাগে । 

প্ৰতিদিনে

মেদবহুলতাৰ পৰা হাত সাৰিবলৈ কম চৰ্বি থকা খাদ্য খাব লাগে।

চৰ্বি থকা খাদ্য

পেশী আৰু হাড় মজবুত কৰিবলৈ চিয়া গুটি, আলমণ্ড, আখৰোট আৰু খেজুৰ খাব লাগে ।

পেশী

বাহিৰৰ খাদ্য আৰু অধিক তেলযুক্ত খাদ্য সদায় পৰিহাৰ কৰক।

সমস্যা

অভিভাৱকসকলে সন্তানক জাংক ফুড খাবলৈ দিয়াৰ সময়ত হওক সাৱধান!

সমস্যা

লগতে পঢ়ক

প্ৰস্ৰাৱৰ সময়ত বেছি ফেন উঠে নেকি?