ভাৰতৰ ১০০ টকাৰ মূল্য ইণ্ডোনেছিয়াত কিমান হয়?

11 Jan 2026

TV9 ASSAM

বিশ্বৰ প্ৰায় সকলো দেশৰে নিজা নিজা মুদ্ৰা আছে। প্ৰতিটো মুদ্ৰাৰ মূল্য প্ৰতিখন দেশত বেলেগ বেলেগ হয়। কিছুমান দেশত যদি মুদ্ৰাৰ মূল্য কম হয় কিছুমান দেশত আকৌ বেছি হয়।

মুদ্ৰা

বিশ্বৰ এনে এখন দেশ আছে য'ত বহু পৰ্যটক যায়। এই দেশখনত ভাৰতীয় টকাৰ মূল্য অধিক হৈ পৰে। দেশত খনত ভাৰতৰ ১০০ টকা হৈ পৰে প্ৰায় ২০,০০০।

মূল্য

এই দেশখনৰ নাম ইণ্ডোনেছিয়া। এই দেশখনত ভাৰতীয় ১০০ টকাৰ মূল্য হৈ পৰে। ১৮,৬৭১.৬০ IDR, গতিকে আপুনি মাত্ৰ ১০০ টকাতে এই দেশখনত বহু সুবিধা লাভ কৰিব।

কি দেশ

ইণ্ডোনেছিয়াত ভাৰতৰ ১ টকাৰ মূল্য হৈ পৰে ১৮৬.৫৮ ইণ্ডোনেছিয়ান ৰূপিয়াহ(Indonesia Rupiah). ঠিক তেনেদৰে ১০০০ টকাৰ মূল্য হৈ পৰে ১,৮৬,৫৮৪.২০ IDR.

১ টকাৰ মূল্য

ইণ্ডোনেছিয়াৰ মুদ্ৰাক ৰূপিয়াহ (IDR)বুলি কয়। সাংকেতিকভাৱে ইয়াক RP বুলি লিখা হয়। বেংক ইণ্ডোনেছিয়াই এই মুদ্ৰা নিয়ন্ত্ৰিত কৰে।

ইণ্ডোনেছিয়া 

ইণ্ডোনেছিয়াৰ নোটত প্ৰথমে ভগৱান গণেশৰ ফটো আছিল। কিন্তু পাছলৈ এই নোটসমূহ সলনি কৰা হৈছিল। এতিয়া বিভিন্ন নোটত বিভিন্নজনৰ ফটো আছে।

ফটো

উল্লেখ্য যে, প্ৰতিবছৰে লাখ লাখ লোক ইণ্ডোনেছিয়ালৈ যায়। পৰ্যটনৰ পৰা এই  দেশখনে বহু ৰাজহ সংগ্ৰহ কৰে। বহু ভাৰতীয়ও দেশখনত থাকে।

পৰ্যটক

পঢ়িবলৈ ক্লিক কৰক 

গেছৰ সমস্যাৰ কাৰণ