ভাৰতৰ ১ টকাৰ মূল্য পাকিস্তানত কিমান হয়? জানক...

11 AUG 2025

TV9 ASSAM

ভাৰত-পাকিস্তানৰ সংঘাত আজিৰ নহয়। দেশ বিভাজনৰ হোৱাৰ পাছৰে পৰা দুয়োখন দেশৰ মাজৰ সম্পৰ্ক ভাল নহয়। বিভিন্ন সময় দেশখনে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আহে।

ভাৰত-পাকিস্তান

পহলগাম আক্ৰমণৰ পাছত দুই দেশৰ মাজৰ উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে। শেহতীয়াকৈ আমেৰিকাৰ পৰা পাকিস্তানে ভাৰতক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিছে।

ভাবুকি

পিছে ভাৰতৰ ১ টকাৰ মূল্য পাকিস্তানক কিমান হয় জানেনে? প্ৰতিখন দেশৰ মুদ্ৰাৰ মূল্যৰ মাজত পাৰ্থক্য আছে। ভাৰত আৰু পাকিস্তানৰ মুদ্ৰাৰ মূল্যৰ মাজতো পাৰ্থক্য আছে।

মুদ্ৰা 

পাকিস্তানী মুদ্ৰাক পাকিস্তানী ৰূপী বুলি কোৱা হয়। ইয়াৰ সাংকেতিক চিহ্ন RS. এই মুদ্ৰা নিয়ন্ত্ৰণ কৰে ষ্টেট বেংক অৱ পাকিস্তানে। এই পাকিস্তানী মুদ্ৰাত মহম্মদ আলী জিন্নাৰ ফটো আছে।

পাকিস্তানী মুদ্ৰা

ভাৰতৰ ১ টকাৰ মূল্য পাকিস্তানত ৩.২৩ পাকিস্তানী ৰূপী হয়। ইয়াৰ দ্বাৰা বুজিব পাৰি যে ভাৰতৰ মুদ্ৰাৰ মূল্য পাকিস্তানত অধিক হৈ পৰে।

ভাৰতৰ ১ টকা

ভাৰতৰ ১০০ টকাৰ মূল্য পাকিস্তানত ৩২৩.১৪ পাকিস্তানী ৰূপী হয়। ইয়াৰ বিপৰীতে ভাৰতৰ ১০০০ টকাৰ মূল্য পাকিস্তানত হয় গৈ ৩২৩১.৩৬ পাকিস্তানী ৰূপী।

ভাৰতৰ ১০০ টকা

পাকিস্তানে প্ৰথমে ১৯৪৯ চনত আনুষ্ঠানিকভাৱে মুদ্ৰাক আঁকোৱালি লৈছিল। উল্লেখ্য যে, প্ৰথম অৱস্থাত ভাৰতত পাকিস্তানী মুদ্ৰা তৈয়াৰ হৈছিল। পাছত ইয়াক পাকিস্তানক প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে।

আৰম্ভ

পঢ়িবলৈ ক্লিক কৰক

ওঁঠৰ ক'লা দাগ