আপোনাৰ সঘনাই জ্বৰ উঠে নেকি?
17 SEP 2025
TV9 ASSAM
বাৰে বাৰে জ্বৰ উঠাটো সাধাৰণ ৰোগৰ লক্ষণ নহয়, ই শৰীৰৰ আন সমস্যাৰ কাৰণ হ'ব পাৰে।
সংক্ৰমণ
চিকিৎসক সুভাষ গিৰিৰ মতে, টাইফয়েড হ'লেও শৰীৰৰ তাপমাত্ৰা যথেষ্ঠ বৃদ্ধি হয়।
সংক্ৰমণ
বাৰিষা মহৰ দ্বাৰা বিয়পি পৰা ডেংগু বা মেলেৰিয়া ৰোগৰ বাবেও জ্বৰ হোৱা দেখা যায় ।
সংক্ৰমণ
টি বি হ'লেও দীঘলীয়া সময়ৰ বাবে বাৰে বাৰে জ্বৰ উঠিব পাৰে।
সংক্ৰমণ
বাৰে বাৰে জ্বৰ উঠাৰ এটা ডাঙৰ কাৰণ হৈছে প্ৰস্ৰাৱ সংক্ৰমণ।
সংক্ৰমণ
বাৰে বাৰে জ্বৰ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা কৰিলে চিকিৎসকৰ সহায় লওক।
সংক্ৰমণ
ওজন দ্ৰুতগতিতহ্ৰাস, দুৰ্বল, আৰু কৰ্কট ৰোগৰ সংক্ৰমণ আৰম্ভ হ'লে জ্বৰ উঠিব পাৰে।
সংক্ৰমণ
লগতে পঢ়ক
আপোনাৰ দাঁত হালধীয়া পৰিছে নেকি?
Learn more