প্ৰস্ৰাৱৰ সৈতে তেজ অহাটো ডাঙৰ সমস্যা হ'ব পাৰে।

31  May 2025

TV9 ASSAM

চিকিৎসক সুভাষ গিৰিৰ মতে, এই প্ৰস্ৰাৱ সংক্ৰমণ বেছিভাগ মহিলাৰে হয়। কিন্তু পুৰুষৰো হয়।

সংক্ৰমণ

চিকিৎসকৰ মতে, বেক্টেৰিয়াৰ বাবে এই সংক্ৰমণ হয়। ইয়াৰ বহুতো লক্ষণ আছে।

বেক্টেৰিয়া

বাৰে বাৰে প্ৰস্ৰাৱ লগা, জ্বৰ, তেজ ওলোৱা এই সকলোবোৰ বেক্টেৰিয়াৰ বাবে হয়।

বেক্টেৰিয়া

বৃক্কত পাথৰ হ'লেও প্ৰস্ৰাৱৰ সময়ত তেজ ওলাব পাৰে।

প্ৰস্ৰাৱ

কিছুমান কৰ্কট ৰোগৰ ক্ষেত্ৰটো প্ৰস্ৰাৱৰ সময়ত তেজ ওলাব পাৰে।

কৰ্কট

বৃক্কত যদি টিউমাৰ হয় তেন্তে কঁকালৰ বিষ, ভাগৰ, ওজন বঢ়া আৰু প্ৰস্ৰাৱৰ সমস্যা হয়।

বৃক্কত টিউমাৰ

যদি আপোনাৰো এনে সমস্যাই দেখা দিয়ে, তেন্তে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক।

পৰামৰ্শ

চাবলৈ ক্লিক কৰক 

পাৰ্বতীয়ে কিয় দিছিল গংগাক অভিশাপ?