4 JUNE 2025
TV9 ASSAM
বহু লোকৰে প্ৰিয় টেঙা তেতেলী। অৱশ্যে বেছিভাগ মানুহেই তেতেলী খোৱাৰ পিছত ইয়াৰ গুটিবোৰ পেলাই দিয়ে।
তেতেলী গুটিৰ বহু স্বাস্থ্য উপকাৰী গুণ আছে। এই কথা গ'ম পোৱাৰ পিছত আপুনি তেতেলীৰ গুটি কেতিয়াও পেলাই নিদিয়ে।
তেতেলীতকৈ গুটি অধিক উপকাৰী। ই বহু ৰোগ নিৰাময়ত সহায় কৰে। তেতেলীৰ গুটি খালে হজম শক্তি উন্নত হয়।
তেতেলীৰ গুটিয়ে প্ৰদাহ নিবাৰণকাৰী আৰু বিষনাশক হিচাপে কাম কৰে।
ডায়েবেটিছ আৰু হৃদৰোগৰ বাবে তেতেলীৰ গুটি অতি উপকাৰী।
তেতেলীৰ গুটিত বেক্টেৰিয়া প্ৰতিৰোধী গুণো আছে। এই গুটি খায় ছালৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায়।
যদি আপোনাৰ দাঁতৰ বিষ বা আঁলুৰ পৰা তেজ ওলোৱাৰ সমস্যা আছে, তেন্তে তেতেলী গুটিৰ গুড়িৰে দাঁত পৰিষ্কাৰ কৰিলে এই সমস্যাৰ সমাধান হ’ব।
বিশেষজ্ঞৰ মতে তেতেলীৰ গুটিয়ে পুৰুষৰ যৌন ক্ষমতা বৃদ্ধি কৰে। তেতেলী গুটি যৌন স্বাস্থ্যৰ উন্নতি হয়। ই পুৰুষৰ শুক্ৰাণুৰ মান বৃদ্ধিত সহায় কৰে।
চাবলৈ ক্লিক কৰক