দেহত পটাছিয়ামৰ অভাৱত দেখা দিয়ে এনে লক্ষণে

17 Oct 2025

TV9 ASSAM

ফাইবাৰ, প্ৰটিন, মেগনেছিয়াম, ভিটামিন আদিৰ লগতে শৰীৰৰ সঠিক কাৰ্যৰ বাবে পটাছিয়াম অতি প্ৰয়োজনীয়। অৱশ্যে পটাছিয়ামৰ অভাৱ হ’লে দেখা দিয়া লক্ষণৰ বিষয়ে বহুলোকে নাজানে।

পটাছিয়াম

চিকিৎসক ডাঃ সুমিত কান্ত ঝাই কয় যে পটাছিয়াম হৈছে শৰীৰৰ বৈদ্যুতিক সংকেত নিয়ন্ত্ৰণ কৰা এবিধ বিদ্যুৎ বিশ্লেষক। শৰীৰৰ প্ৰতিটো কোষৰ সঠিক কাম-কাজৰ বাবে ই অতি প্ৰয়োজনীয়।

কিয় গুৰুত্বপূৰ্ণ

খোজ কঢ়া, দৌৰো বা যিকোনো ধৰণৰ শাৰীৰিক কাৰ্যকলাপৰ লগতে চিন্তা কৰাৰ ক্ষেত্ৰতো পটাছিয়ামে মূল ভূমিকা পালন কৰে। সেয়ে পটাছিয়াম সমৃদ্ধ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত হোৱা উচিত।

ভূমিকা

পেশী গঠন আৰু বিকাশৰ লগতে পেশী ৰক্ষাৰ বাবেও পটাছিয়াম অতি প্ৰয়োজনীয়। পেশীৰ কাৰ্যক্ষমতা বজাই ৰখাত ই মূল ভূমিকা পালন কৰে। লগতে নিয়মীয়া হৃদস্পন্দন বজাই ৰখাত সহায় কৰে।

প্ৰয়োজনীয়তা

শৰীৰত পটাছিয়ামৰ পৰিমাণ কম হ’লে হৃদস্পন্দন লেহেমীয়া হয়, উশাহ-নিশাহ লোৱাত কষ্ট, বমি, দুৰ্বলতা বা বুকুৰ বিষ আদি সমস্যা হ’ব পাৰে। চিকিৎসা নকৰিলে বৃক্কৰ সমস্যাও হ’ব পাৰে।

অভাৱৰ লক্ষণ

কল, কমলা, কিৱি, এভোকেডো, আদি ফলৰ লগতে পালেং, বিলাহী, আলু, মিঠা আলু, বীট, কাঠফুলা, নাৰিকলৰ পানী, মগু, গাখীৰ, দৈ, গোটা শস্য, ডালচেনি, আজৱাইন আদিত পটাছিয়াম পোৱা যায়।

সঠিক খাদ্য

অৱশ্যে অত্যধিক পটাছিয়ামৰ মাত্ৰাও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। গতিকে শৰীৰত কোনো পৰিৱৰ্তন দেখা পালে চিকিৎসকৰ কাষ চপাই উচিত হ’ব।

অতিৰিক্তও সমস্যা

পঢ়িবলৈ ক্লিক কৰক 

ড্ৰাই ফ্ৰুটছৰ দ্বাৰা ইউৰিক এছিড নিয়ন্ত্ৰণ