ঘৰৰ কাষতে নৰসিংহৰ পুলি ৰোপণ কৰিলে কি হয় ?

15 June 2025

TV9 ASSAM

Photos Credit: Getty Images

নৰসিংহ পাত আমাৰ ৰন্ধন প্ৰণালীত প্ৰায়ে ব্যৱহাৰ কৰা হয় । কিন্তু এই গছ ঘৰত ৰোপণ কৰাটো ভাল নে বেয়া জনাটো অতি প্ৰয়োজন ।

ভাল নে বেয়া

স্বাস্থ্যৰ বাবে উদ্ভিদ আৰু বনৌষধিৰ গুৰুত্ব অপৰিসীম । ইয়াৰ বাবে বহুতে নিৰসিংহৰ গছপুলি যিকোনো ঠাইতে ৰোপণ কৰি দিয়ে ।

বনৌষধিৰ গুৰুত্ব

বাস্তু শাস্ত্ৰত গছপুলি ৰোপণৰ ক্ষেত্ৰত সঠিক নিৰ্দেশনা দিয়া হৈছে। সঠিক দিশত গছপুলি ৰোপণ কৰি পৰিয়ালৰ সুখ-সমৃদ্ধি বৃদ্ধি কৰিব পাৰে ।

 সঠিক দিশ

ঘৰৰ কাষত নিৰসিংহৰ গছৰ বেছিকৈ ৰোপণ নকৰিব বা বাঢ়িবলৈ নিদিব । মাজে মাজে ডালবোৰ কাটি থাকিব ।

বাঢ়িবলৈ নিদিব

মনত ৰাখিব যাতে নৰসিংহৰ গছজোপা বহু বেছি ওখ হৈ নাযায় । গছজোপা ৩ ফুটতকৈ বেছি ওখ হ'ব নালাগে ।

ওখ হ'ব নালাগে

নৰসিংহ গছ বেছিকৈ ওখ হ'লে ঘৰৰ ল'ৰা-ছোৱালীৰ জীৱন যাত্ৰাত বাধাৰ সৃষ্টি হয় । চাকৰি পোৱাৰ ক্ষেত্ৰত বাধা আহে ।

জীৱন যাত্ৰাত বাধা

একেদৰে নৰসিংহ গছজোপা বেছিকৈ বাঢ়িলে কৰ্ম আৰু ব্যৱসায়ত বাধাৰ সন্মুখীন হ'ব পাৰে । বিবাহত বাধা সৃষ্টি হ'ব পাৰে ।

বিবাহত বাধা

পঢ়িবলৈ ক্লিক কৰক

গৰমত বিয়েৰ খোৱাৰ ক্ষেত্ৰত শীৰ্ষ স্থানত এইখন চহৰ