শাওনত চুলি কাটাতো উচিত নে অনুচিত?
19 july 2025
TV9 ASSAM
প্ৰায়ে শুনিছে শাওনত চুলি আৰু নখ কটাব নালাগে।
শাওন
আজি জানো আহক শাওনত কিয় চুলি কাটিব নালাগে।
চুলি
শাওন মাহত চুলি কটাতো ধাৰ্মিক দৃষ্টিভংগীৰ পৰা সঠিক নহয়।
শিৱৰ মাহ
এই গোটেই মাহ ভগৱান শিৱক সমৰ্পন কৰে।
শিৱৰ মাহ
যিসকলে শাওনত ব্ৰত কৰে তেওঁলোকে চুলি, দাড়ি আৰু নখ কাটিব নালাগে।
অনুচিত
ধৰ্মীয় বিশ্বাস অনুসৰি, শাওন মাহটো ভগৱান শিৱক সমৰ্পণ কৰা হয়।
শিৱৰ মাহ
শাওনত শিৱৰ আৰাধনা আৰু পবিত্ৰতাত ধ্যান কেন্দ্ৰিত থাকে।
সেয়ে অনুচিত
চাওক এই লিংকত
বিধানসভা নিৰ্বাচনত কাৰ পাখি কাটিব দলটোৱে?
Learn more