ৱাই-ফাইৰ অৰ্থ কি বহুতে নাজানে।

22 Jan 2026

TV9 ASSAM

১৯৮৫ চনত ইউ এচ ফেডাৰেল কমিউনিকেশ্বন কমিশ্বন কৰ্তৃকে ৰেডিঅ' বৰ্ণালীৰ কিছু বেণ্ড উন্মুক্ত কৰাৰ মাধ্যমত ৱাই-ফাই প্ৰযুক্তিৰ যাত্ৰা আৰম্ভ হৈছিল।

ৱাইফাই

 ১৯৯১ চনত এন চি আৰ কৰ্পোৰেচন/এ টি এণ্ড টি নিউৱেজিন, নৰৱেত ৱাই-ফাই/৮০২.১১ ৰ পূৰ্ব লক্ষণ আৱিষ্কাৰ হয়। প্ৰাথমিকভাবে আৱিষ্কাৰক কোষাধ্যক্ষ-ব্যৱস্থাৰ বাবে এই প্ৰযুক্তি আৱিষ্কাৰ কৰিছিল।

ৱাই-ফাই

তেওঁলোকৰ প্ৰথম প্ৰযুক্তি হল ৱেভ লেন যাৰ তথ্য স্থানান্তৰণ ক্ষমতা আছিল ১ মেগা বিট/ছেকেণ্ড আৰু ২ মেগা বিট/ছেকেণ্ড।

ৱাই-ফাই

ৱাই-ফাই ( WiFi) হ'ল ৱাই-ফাই এলায়েন্সৰ বাণিজ্য-চিহ্ন বা ট্ৰেডমাৰ্ক।

ৱাই-ফাই

আই ই ই ই ৮০২.১১ আদৰ্শ তাঁৰহীন স্থানীয় এলেকা নেটৱৰ্ক বা ৱাৰলেচ লোকেল এৰিয়া নেটৱৰ্ক (WLAN) ডিভাইচ ব্ৰেণ্ড কৰাৰ বাবে উৎপাদনকাৰী সকলে এই বাণিজ্যিক-চিহ্ন ব্যৱহাৰ কৰে। 

ৱাই-ফাই

বৰ্তমানে সবাতোকৈ বেছি ব্যৱহৃত ডব্লিউ এল এ এন ক্লাছ হল আই ই ই ই ৮০২.১১। ৱাই-ফাই শব্দটি প্ৰায়ে আই ই ই ই ৮০২.১১ ৰ প্ৰতিশব্দ হিচাপে ব্যৱহৃত হয়।

ৱাই-ফাই

ৱাই-ফাই এলায়েন্স হল এটি বিশ্বব্যাপী প্ৰতিষ্ঠানৰ দল যিয়ে ডব্লিউ এল এ এন প্ৰযুক্তি বিস্তাৰ কৰে আৰু ইণ্টেৰ'পেৰাবিলিটিৰ আদৰ্শ সমন্বিত ডিভাইচক প্ৰত্যায়ন কৰে।

ৱাই-ফাই

ভাল নে বেয়া কণী জনাৰ উপায়

চাবলৈ ক্লিক কৰক