ৰোগত আক্ৰান্ত বলীউডৰ ভাইজান চলমান খান।
22 June 2025
TV9 ASSAM
এতিয়া চৰ্চাত চলমান খান। দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব'ৰ চিজন ৩ ত দেখা যাব।
চলমান
এই অনুষ্ঠানত চলমান প্ৰথম আলহী। ইয়াতে বেমাৰৰ কথা জনায়।
অতিথি
অনুষ্ঠানৰ মাজতে চলমান খানে বিয়া, বিবাহ বিচ্ছেদৰ কথা আলোচনা কৰে।
বলীউড
চলমানে কয়, এটা ভুলৰ বাবে বিবাহ বিচ্ছেদ হয় আৰু আধা পইচা লৈ যায়।
চলমান
তেওঁ কয়, brain aneurysm আছে, তাৰ পিছতো কাম কৰি আছোঁ।
চলমান
চলমানে কয়, এইদৰে মই চলি আছোঁ, ডেকা থাকিলে বেছি উপাৰ্জন কৰিলোহেঁতেন।
চলমান
চলমানৰ বহুত বিষ হয় লগতে ব্ৰেইনৰ লগত জড়িত সমস্যাও।
সমস্যা
চাবলৈ ক্লিক কৰক
ধৰ্মীয় নেতাৰ নিৰ্বাচন আৰম্ভ!
Learn more