হৃদৰোগ হ'লে কি কি লক্ষণে দেখা দিয়ে? 

16 May 2025

TV9 ASSAM

আজিৰ সময়ত বহু লোকে হৃদৰোগত ভোগা দেখা যায়।  যাৰ বাবে ইয়াৰ লক্ষণ জনা অতি আৱশ্যক। কোনো ব্যক্তি হৃদৰোগত আক্ৰান্ত হ'লে শৰীৰত কিছুমান বিশেষ লক্ষণে দেখা দিয়ে।

লক্ষণ

হৃদৰোগৰ বাবে ব্যক্তিৰ ভৰি ফুলিব পাৰে। যেতিয়া হৃদযন্ত্ৰই আপোনাৰ শৰীৰৰ তেজৰ প্ৰক্ৰিয়া ভালদৰে অনুসৰণ কৰিব নোৱাৰে তেতিয়া এই লক্ষণে দেখা দিয়ে।

ভৰি ফুলা

শৰীৰত তেজৰ প্ৰবাহ ক'ম হোৱাৰ ফলত হাত, ভৰি, আঙুলি আদি ঠাণ্ডা পৰিব পাৰে। লগতে নীলা বা শেতা হৈ পৰিব পাৰে। এই লক্ষণত গুৰুত্ব দিব লাগে।

ঠাণ্ডা

আপোনাৰ ছালৰ ৰং সেমেকা বা শেতা হৈ পৰিব পাৰে। বিশেষকৈ যদি হৃদৰোগৰ বাবে আপোনাৰ শৰীৰত ৰক্ত প্ৰবাহ সাল-সলনি ঘটিছে তেতিয়া এই লক্ষণে দেখা দিয়ে।

ৰং সলনি

হৃদৰোগৰ কাৰণে আপোনাৰ হঠাতে ঠাণ্ডা লাগিব পাৰে বা কেতিয়াবা ঘাম ওলাব পাৰে। গতিকে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।

ঘাম

হৃদৰোগৰ বাবে আপুনি উশাহ লোৱাত কষ্ট পাব পাৰে। বিশেষকৈ ব্যায়াম বা আৰাম কৰি থকাৰ সময়ত উশাহ-নিশাহত কষ্ট পাব পাৰে। কেতিয়াবা উশাহ ঘূৰি নহা যেন অনুভৱ হ'ব পাৰে।

উশাহত কষ্ট

হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলত আপোনাৰ অস্তত্বি লাগিব পাৰে। কেতিয়াবা মন হতাশ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অধিক জানবিলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল।

চিকিৎসক

পঢ়িবলৈ ক্লিক কৰক 

ভাৰতৰ ১০০ টকাৰ মূল্য তুৰ্কীত কিমান