ভাৰতৰ ১০০ টকাৰ মূল্য তুৰ্কীয় কিমান জানেনে? 

15 May 2025

TV9 ASSAM

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে তুৰ্কী আৰু আজাৰবাইজানৰ আচল স্বৰূপ পোহৰলৈ আহে। কিয়নো চীনৰ দৰে এই দুয়োখন দেশে পাকিস্তানত সমৰ্থন আগবঢ়াইছিল।

ভাৰত-পাক

পাকিস্তানে ভাৰতক তুৰ্কীয়ে প্ৰেৰণ কৰা ড্ৰোনেৰে আক্ৰমণ কৰিছিল। অৱশ্যে এই ড্ৰোন ভাৰতীয় সেনাই ধ্বংস কৰিছিল।  ইয়াৰ বিপৰীতে আজাৰবাইজানেও ভাৰতৰ বিৰোধিতা  কৰিছিল।

কাৰণ

তুৰ্কীয়ে ব্যৱহাৰ কৰা মুদ্ৰাটোৰ নাম তুৰ্কী লীৰা বুলি জনা যায়। ইয়াক চুটিকৈ লিখিবলৈ TRY  শব্দ ব্যৱহাৰ কৰা হয়। পিছে তুৰ্কীৰ মুদ্ৰাৰ মূল্য ভাৰতত কিমান হয়?

তুৰ্কী

ভাৰতৰ ১০০ টকাৰ মূল্য তুৰ্কীত ৪৫.৪৭ তুৰ্কী লীৰা। ভাৰতৰ মুদ্ৰাৰ মূল্য কম। তুৰ্কীত মুদ্ৰা চেন্ট্ৰেল বেংক অফ ৰিপাব্লিক অফ তুৰ্কীয়ে নিয়ন্ত্ৰণ কৰে। তেওঁলোকে ছপা কৰে।

১০০ টকা

আজাৰবাইজানৰ মুদ্ৰাৰ নাম 'মনত' (Manat)বুলি বুলি জনা যায়। ইয়াক চুটিকৈ লিখিবলৈ বা সংক্ষিপ্ত AZN  বুলি ব্যৱহাৰ কৰা যায়।

আজাৰবাইজান

ভাৰতৰ ১০০ টকা আজাৰবাইজানক মাত্ৰ ১.৯৯ আজাৰবাইজান মনত হয়।  ইয়াৰ বিপৰীতে ১ আজাৰবাইজান মনতৰ ভাৰতীয় মূল্য ৫০.২৯। ইয়াৰ পৰা পাৰ্থক্য বুজিব পৰা যায়।

১০০ টকা

পাকিস্তানৰ সংগ দিয়াৰ পাছতে সামাজিক মাধ্যমত বয়কট তুৰ্কী ট্ৰেণ্ডত চলি আছে। ইয়াৰোপৰি তুৰ্কীত ভাৰতীয় ছবি আৰু শ্ব’ৰ শ্বুটিং নিষিদ্ধ কৰিছে AICWA-য়ে।

বয়কট তুৰ্কী

পঢ়িবলৈ ক্লিক কৰক 

অত্যাধিক ঘাম ওলোৱাৰ কাৰণ...