GettyImages-535755840

ৰে'লৰ পৰা বিচনা চাদৰ ঘৰলৈ আনিলে কি শাস্তি হ'ব পাৰে?

29 May 2025

Tv9-Assam-Logo

TV9 ASSAM

প্ৰতিদিনে লাখ লাখ লোকে ৰে'ল যাত্ৰা কৰে। বহুতে ভ্ৰমণৰ বাবে ৰে'ল যাত্ৰা বাচনি কৰে। আনহাতে কম দূৰত্বৰ ভ্ৰমণৰ বাবেও সময়ৰ ওপৰত গুৰুত্ব দি ৰে'ল যাত্ৰা কৰা দেখা যায়। (GettyImages)

 প্ৰতিদিনে লাখ লাখ লোকে ৰে'ল যাত্ৰা কৰে। বহুতে ভ্ৰমণৰ বাবে ৰে'ল যাত্ৰা বাচনি কৰে। আনহাতে কম দূৰত্বৰ ভ্ৰমণৰ বাবেও সময়ৰ ওপৰত গুৰুত্ব দি ৰে'ল যাত্ৰা কৰা দেখা যায়।

ৰে'ল

ভাৰতীয় ৰে'লে যাত্ৰীসকলক বহু সুবিধা প্ৰদান কৰে।  বিশেষকৈ এচি কোচত বহু সুবিধা থাকে। এচি কোচৰ যাত্ৰীক ভাৰতীয় ৰে'লৱে কম্বল, গাড়ু, চাদৰ আদি যোগান ধৰে। (GettyImages)

ভাৰতীয় ৰে'লে যাত্ৰীসকলক বহু সুবিধা প্ৰদান কৰে।  বিশেষকৈ এচি কোচত বহু সুবিধা থাকে। এচি কোচৰ যাত্ৰীক ভাৰতীয় ৰে'লৱে কম্বল, গাড়ু, চাদৰ আদি যোগান ধৰে।

ভাৰতীয় ৰে'ল

২০১৮ চনত এক প্ৰতিবেদন প্ৰকাশ পাইছিল। প্ৰতিবেদনত উল্লেখ আছিল যে, ভাৰতীয় ৰে'লৰ পৰা ২ লাখ টাৱেল, ৮১,০০০ বিচনা চাদৰ আৰু ৭০০০ কম্বল চুৰি হৈছিল। (GettyImages)

২০১৮ চনত এক প্ৰতিবেদন প্ৰকাশ পাইছিল। প্ৰতিবেদনত উল্লেখ আছিল যে, ভাৰতীয় ৰে'লৰ পৰা ২ লাখ টাৱেল, ৮১,০০০ বিচনা চাদৰ আৰু ৭০০০ কম্বল চুৰি হৈছিল।

ৰিপোৰ্ট

এয়া আছিল এক ডাঙৰ সমস্যা। এনে চুৰি ৰোধ কৰাৰ বাবে ভাৰতীয় ৰে'লৱে এক ব্যৱস্থা গ্ৰহণ কৰিছিল। এনে কাম কৰা লোকৰ বাবে ভাৰতীয় ৰে'লৱে জৰিমনা আৰু শাস্তিৰ ব্যৱস্থা কৰিছে।

ৰে'লৱে

যদি কোনো যাত্ৰীয়ে ৰে'লৰ ভিতৰৰ পৰা কোনো বস্তু চুৰি কৰে তেন্তে তেওঁ জৰিমনা ভৰিব লাগিব। সেয়া লাগিলে বিচনা চাদৰ, কম্বল আদি যিয়েই নহওক কিয়।

পদক্ষেপ

ৰে'লৱে প্ৰপাৰ্টী এক্ট ১৯৬৬ ৰ তথ্য অনুসৰি, যদি কোনোৱে প্ৰথমবাৰ ৰে'লৱেৰ সম্পদ চুৰি কৰে তেন্তে ১ বছৰ জেল আৰু ১০০০ টকা জৰিমনা ভৰিব লাগিব।

তথ্য

কিন্তু কোনোৱে যদি বাৰে বাৰে ৰে'লৱ বস্তু চুৰি কৰে তেন্তে তেওঁক ৫ বছৰৰ জেলৰ লগতে জৰিমনা বিহা হ'ব। ইয়াৰ ক্ষেত্ৰত পূৰ্বতকৈ বেছি জৰিমনা ভৰিব লাগিব ব্যক্তিজনে।

শাস্তি 

পঢ়িবলৈ ক্লিক কৰক 

বাৰে বাৰে চকুপানী ওলোৱাৰ কাৰণ