বহু ব্যক্তিৰ মূৰৰ এটা অংশত প্ৰায়ে বিষ হয়।

8 AUG 2025

TV9 ASSAM

যেতিয়া মূৰৰ বিষ সঘনাই হয়, তেতিয়া ইয়াক সহজভাৱে লোৱাটো উচিত নহয়। 

বিষ

বহু সময়ত এই মূৰৰ বিষ মাইগ্ৰেইনলৈ পৰিণত হয়। 

বেমাৰ

ইয়াৰ ফলত মূৰৰ বিষ বমি, পোহৰ আৰু শব্দৰ অসুবিধা আদি লক্ষণো দেখা দিয়ে। 

লক্ষণ

যিকোনো বয়সতে মাইগ্ৰেইন হ’ব পাৰে আৰু পুৰুষতকৈ মহিলাৰ আশংকা বেছি।

লক্ষণ

মাইগ্ৰেইন হৈছে দীৰ্ঘদিনীয়া স্নায়ুজনিত সমস্যা।

কি

ব্যক্তিৰ মূৰৰ এটা বা দুয়োফালে তীব্ৰ বিষ অনুভৱ হয়। এই বিষ কেইবাদিনো থাকিব পাৰে। 

কাৰণ

টোপনিৰ অভাৱ, মানসিক চাপ, ভাৰসাম্যহীন, খালী পেটে থকাটো কাৰণ।

আৰম্ভণি কাৰণ

গুৱাহাটীত সোণৰ মূল্য

লগতে পঢ়ক