শনি দেৱৰ খং উঠিছে নে নাই কেনেকৈ জানিব?

15 May 2025

TV9 ASSAM

শনিদেৱক ন্যায়ৰ দেৱতা বুলি কোৱা হয়।

শনি দেৱ

যেতিয়া আপুনি কথা পাতি মিছা কথা ক’বলৈ আৰম্ভ কৰে।

শনিৰ সংকেত

আপোনাৰ স্বাস্থ্যজনীত সমস্যা আৰম্ভ হয়।

শনিৰ খঙৰ সংকেত

আপোনাৰ মনত সদায় অস্থিৰতা আৰু ভয় থকা।

শনিৰ প্ৰকেপ

আপুনি মদ, জুৱা আদি বেয়া আসক্তিৰ বলি হয়।

খং উঠে

পিতৃ-মাতৃ আৰু বয়োজ্যেষ্ঠক অসন্মান কৰিলে।

শনিৰ খং উঠে

দেৱ-দেৱীক অপমান কৰা সকলৰ ওপৰতো শনি দেৱ ক্ষুব্ধ হৈ থাকে।

শনিৰ প্ৰকোপ

চাবলৈ ক্লিক কৰক 

হাইঠা মাটিত পৰিল!