27 October 2025
TV9 ASSAM
বহুতে আঁঠুৰ বিষত ভোগে। এই সমস্যাটোক আওকাণ কৰা উচিত নহয়। এই সমস্যা ভিটামিনৰ অভাৱৰ বাবে হ'ব পাৰে।
তিনি প্ৰকাৰৰ ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ'ব পাৰে। কিয় জানোঁ আহক।
ডাঃ সুভাষ গিৰীয়ে বুজাইছে যে,ভিটামিন D য়ে হাড় শক্তিশালী কৰাত সহায় কৰে। সেয়ে,ইয়াৰ অভাৱত আঁঠুৰ বিষ হ'ব পাৰে।
ভিটামিন B12 ৰ অভাৱত হ'লে স্নায়ুৰ বিষ আৰু দুৰ্বলতা হ'ব পাৰে, যাৰ ফলত আঁঠুৰ বিষ হ'ব পাৰে।
ভিটামিন B6 ৰ অভাৱত পেশীৰ দুৰ্বলতা আৰু বিষ হ'ব পাৰে, যাৰ ফলত আঁঠুৰ বিষ হ'ব পাৰে।
শৰীৰত ভিটামিন D, B12 আৰু B6 ৰ অভাৱ দূৰ কৰিবলৈ খাদ্যত কণী, গাখীৰ, পনিৰ, কাঠফুলা,পালেংশাক, মাছ আদি খাব পাৰে।
তদুপৰি ভিটামিন D, B12 আৰু B6 ৰ অভাৱ দূৰ কৰিবলৈ চিকিৎসৰ পৰামৰ্শ মতে, ঔষধ খাব পাৰে।
পঢ়িবলৈ ক্লিক কৰক