কি ভিটামিনৰ অভাৱত লিভাৰৰ সমস্যা হ'ব পাৰে ?

11 June 2025

TV9 ASSAM

Photos Credit: Getty Images

যকৃত আমাৰ শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংগ । ই তেজ পৰিষ্কাৰ কৰাৰ লগতে শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰাই । পাচনত সহায় কৰে ।

গুৰুত্বপূৰ্ণ অংগ

বিশেষজ্ঞৰ মতে শৰীৰত কিছুমান ভিটামিনৰ অভাৱৰ ফলত যকৃতৰ কাৰ্যক্ষমতা হ্ৰাস পাব পাৰে ।

যকৃতৰ কাৰ্যক্ষমতা 

ভিটামিনৰ-এ অভাৱ হ'লে যকৃত দুৰ্বল হ'বলৈ আৰম্ভ কৰে । প্ৰদাহৰ আশংকা বৃদ্ধি পাব পাৰে । 

ভিটামিনৰ-এ

ভিটামিন ডি অভাৱত আপোনাৰ ফেটি লিভাৰৰ আশংকা বৃদ্ধি পাব পাৰে । মদ্যপান নকৰাকৈ আপোনাৰ ফেটি লিভাৰ হ'ব পাৰে ।

ভিটামিন ডি 

একেদৰে ভিটামিন ই অভাৱৰ ফলত আপোনাৰ ফেটি লিভাৰ হ'ব পাৰে । ভিটামিন ই শৰীৰৰ বাবে অতি প্ৰয়োজনীয় ।

ভিটামিন ই 

ভিটামিন বি-৬ ৰ অভাৱৰ ফলত যকৃতৰ বিষমুক্ত কৰাৰ ক্ষমতা দুৰ্বল হৈ পৰে আৰু চৰ্বিযুক্ত যকৃতৰ সমস্যা সৃষ্টি কৰিব পাৰে ।

ভিটামিন বি-৬

যকৃতৰ কোনো সমস্যা হ'লে লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে । কিয়নো ই লাহে লাহে জটিল হৈ পৰিব পাৰে ।

বিশেষজ্ঞৰ পৰামৰ্শ

পঢ়িবলৈ ক্লিক কৰক

মানুহৰ পাছতে পৃথিৱীৰ আটাইতকৈ জ্ঞানী প্ৰাণী বিধৰ নাম কি ?