মাত্ৰ এটা চাৰি কোবালেই IPLত কোহলীৰ আন এক কৃতিত্ব

18 MAY 2025

TV9 ASSAM

কালিৰ পৰা পুনৰ আৰম্ভ হৈছে IPL 2025। অৱশ্যে বৰষুণৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচখন আৰম্ভ কৰিব পৰা নগ’ল।

পুনৰ আৰম্ভ IPL

IPLৰ এই ছিজনত সুন্দৰ ফৰ্মত আছে বিৰাট কোহলী। চলিত ছিজনতে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে আই পি এল ইতিহাসত আন এক কৃতিত্ব অৰ্জন কাষ চাপিছে।

বিৰাট কোহলী

বিৰাট কোহলীয়ে যদি আৰু মাত্ৰ এটা চাৰি কোবায়, তেতিয়া তেওঁ IPLত ৭৫০টা চাৰিটা সম্পূৰ্ণ কৰিব। এই পৰ্যন্ত তেওঁ ২৬৩খন মেচত ৭৪৯টা চাৰি কোবাইছে।

মাত্ৰ ১ চাৰিৰ প্ৰয়োজন

IPLত এই মাইলষ্ট’ন স্পৰ্শ কৰা দ্বিতীয়জন বেটাৰ হ’ব বিৰাট কোহলি। তেওঁৰ পূৰ্বে শিখৰ ধাৱনে এই কৃতিত্ব কৰিছে। তেওঁৰ নামত IPLত আছে ৭৬৮টা চাৰি।

অভিলেখ

চলিত ছিজনত কোহলীয়ে ১১খন মেচত ৭টা অৰ্ধশতকসহ ৬৩.১৩ গড়ে ৫০৫ ৰান সংগ্ৰহ কৰিছে। যাৰ ভিতৰত  অন্তৰ্ভুক্ত। ছিজনত তেওঁৰ ষ্ট্ৰাইক ৰেট হৈছে ১৪৩.৪৬।

কোহলীৰ প্ৰদৰ্শন

বৰ্তমান ৫০৫ ৰান সংগ্ৰহেৰে কোহলী অৰেঞ্জ কেপৰ দৌৰত চতুৰ্থ স্থানত আছে। ৫১০ ৰান সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষত আছে সূৰ্যকুমাৰ যাদৱ।

অৰেঞ্জ কেপৰ দৌৰত

পঢ়িবলৈ ক্লিক কৰক 

ৰোহিত-কোহলীয়ে লাভ কৰিব বৃহৎ ধনৰাশি