সূৰ্যাস্তৰ পাছত আনক ধাৰলৈ নিদিব এই সামগ্ৰী!

10 OCT 2025

TV9 ASSAM

হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ বিশেষ মহত্ব আছে। বাস্তুত বিভিন্ন দিশৰ কথা উল্লেখ আছে। কি কৰিলে ভাল , কি কৰিলে বেয়া আদিকে ধৰি বিভিন্ন দিশৰ কথা বাস্তুত উল্লেখ আছে।

বাস্তু

বাস্তু শাস্ত্ৰ মতে, সূৰ্যাস্তৰ পাছত কিছুমান বস্তুৰ লেনদেন কৰা ভাল নহয়। ইয়াৰ ফলত আৰ্থিক সমস্যা আহিব পাৰে। ইয়াৰোপৰি জীৱনতো বহু সমস্যা অহাৰ সম্ভাৱনা থাকে।

সূৰ্যাস্ত

বাস্তু বিশেষজ্ঞৰ মতে, সূৰ্যাস্তৰ পাছত গাখীৰ,দৈ আদিৰ লেনদেন কৰিব নালাগে। এনে কৰিলে ঘৰৰ সুখ-শান্তি নোহোৱা হয়। এনে অৱস্থাত আপোনালৈ আৰ্থিক সংকট আহিব পাৰে।

গাখীৰ

জ্যোতিষ শাস্ত্ৰত নিমখৰ সম্পৰ্ক শুক্ৰ গ্ৰহৰ সৈতে আছে বুলি উল্লেখ কৰিছে। বাস্তু মতে, সূৰ্যাস্তৰ পাছত কোনো মানুহক নিমখ ধাৰলৈ দিব নালাগে। ইয়াৰ ফলত সমস্যা আহিব পাৰে।

নিমখ

ঝাড়ুক পবিত্ৰ বুলি গণ্য কৰা হয়,যাৰ সম্পৰ্ক মা লক্ষ্মীৰ সৈতে আছে। সূৰ্যাস্তৰ পাছত কাকো ঝাড়ু ধাৰলৈ দিব নালাগে। ইমানেই নহয়,বাস্তু শাস্ত্ৰ মতে, সূৰ্যাস্তৰ পাছত ঝাড়ু লগোৱা শুভ নহয়।

ঝাড়ু

বাস্তু শাস্ত্ৰ মতে, সূৰ্যাস্তৰ পাছত সৰিয়হ তেলৰ লেনদেন কৰাও ভাল নহয়। এই ভুলে আপোনাক দৰিদ্ৰতাৰ পিনে লৈ যাব পাৰে। ইয়াৰোপৰি সূৰ্যাস্তৰ পাছত খাৰ আনক দিব নালাগে।

সৰিয়হ তেল

ধনৰ লেনদেন কৰাৰো বিশেষ সময় আছে। সন্ধিয়া ধনৰ লেনদেন কৰা অশুভ। কোৱা হয়, সূৰ্যাস্তৰ পাছত ধনৰ লেনদেন কৰিলে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু সমস্যা আহিব পাৰে। বুধবাৰ আৰু বৃহস্পতিবাৰেও টকাৰ লেনদেন কৰিব নালাগে।

ধন

পঢ়িবলৈ ক্লিক কৰক 

দেৱালীৰ পূৰ্বে ঘৰলৈ আনক এই সামগ্ৰী