প্ৰতি নিশা কৰক এই কাম, খোল খাব ভাগ্যৰ দুৱাৰ

4 AUG 2025

TV9 ASSAM

মান্যতা অনুসৰি বাস্তু শাস্ত্ৰ নিয়ম পালন কৰিলে জীৱনৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। বাস্তু শাস্ত্ৰত সুখী জীৱনৰ বাবে উপায় উল্লেখ আছে।

বাস্তু শাস্ত্ৰ

মান্যতা অনুসৰি, নিশা শুৱাৰ পূৰ্বে ৩টা কাম কৰিব লাগে। ইয়াৰ ফলত সুখ-সমৃদ্ধি বৃদ্ধি হয় আৰু আৰ্থিক সমস্যা দূৰ হয়। গতিকে মা লক্ষ্মীৰ কৃপাৰ বাবে গুৰুত্ব দিব লাগে।

মান্যতা

নিশা শুৱাৰ পূৰ্বে ঘৰৰ মুখ্য দুৱাৰৰ আশে-পাশে ভালদৰে চাফা কৰিব লাগে। কিয়নো এই স্থানত মা লক্ষ্মী বাস কৰে।

মুখ্য দুৱাৰ

বিশেষকৈ ঘৰৰ মুখ্য দুৱাৰৰ উত্তৰ দিশটো পৰিষ্কাৰ কৰি ৰাখিব লাগে। এই দিশটোত মা লক্ষ্মী আৰু কুবেৰ দেৱতাই বাস কৰে।

উত্তৰ দিশ

মান্যতা অনুসৰি দিনত ব্যৱহাৰ কৰা ফুল নিশা ঘৰৰ মন্দিৰত ৰাখিব নালাগে। সন্ধিয়া এই ফুল আঁতৰাই দিব লাগে। এনে কৰিলে মন্দিৰ পবিত্ৰ হৈ থাকে আৰু ইতিবাচক শক্তি বৃদ্ধি পায়।

মন্দিৰ

বাস্তু শাস্ত্ৰ অনুসৰি, ঘৰৰ নকৰাত্মক শক্তি দূৰ কৰিবলৈ নিশা কৰ্পূৰত লং দি জ্বলাব লাগে। ইয়াৰ ফলত শুদ্ধতা আহে আৰু সকৰাত্মক শক্তি বৃদ্ধি পায়।

কৰ্পূৰ, লং

কোৱা হয় এনে কৰাৰ ফলত ঘৰত সুখ-শান্তি বৃদ্ধি পায়। ইয়াৰ ফলত আৰ্থিক সংকট দূৰ হয়। প্ৰতি শনিবাৰে এই উপায় কৰা ভাল বুলি কোৱা হয়।

শনিবাৰ

পঢ়িবলৈ ক্লিক কৰক 

প্ৰেমানন্দ মহাৰাজ