সকলো দুখৰ পৰা পৰিত্ৰাণৰ উপায়...

3 Aug 2025

TV9 ASSAM

প্ৰেমানন্দ মহাৰাজে কয় যে, ভজন সংস্কৃত শব্দ 'ভজ'ৰ পৰা আহিছে। যাৰ অৰ্থ ভক্তি কৰা বা ইশ্বৰ মাজত মগন হোৱা। সাধাৰণ ভাষাত ভজন এক এনে এক শব্দ য'ত ভগৱানত স্মৰণ কৰা হয়।

প্ৰেমানন্দ মহাৰাজ

এজন ভক্তই মহাৰাজক সোধে যে, ভজন কৰাৰ ফলত কি লাভ হয়? তেতিয়া মহাৰাজে কয় যে, ভজন শব্দ কেৱল উচ্ছাৰণ নহয়, ই আত্মাৰ শক্তি।

ভক্ত

ভক্তই সোধে যে, ভজনৰ ফলত কি কি সম্ভৱ?  মহাৰাজে কয় যে, ভজন কৰাৰ ফলত আমাৰ জীৱন-মৰণৰ চক্ৰ ৰখিব পাৰে। বিধিৰ বিধান যিয়েই নহওক, আমাৰ ওচৰত ভজনৰ শক্তি থাকিলে সেয়া সলনি হ'ব পাৰে।

প্ৰশ্ন

মহাৰাজে কয় যে, আমি মানুহ। কেৱল শৰীৰ নহয়, আত্মা। যেতিয়া আত্মা ভজনত বিলীন হয় তেতিয়া পৰমাত্মাৰ লগত সংযোগ হয়। এনে স্থিতি মানুহে ভগৱানকো অধীন কৰিব পাৰে।

কি কয়

আৰু কয় যে,ভজন আৰু তপস্যাৰ শক্তি ইমানেই প্ৰৱল যে ইয়াৰ ফলত মৃত্যুও ৰোধ হ'ব পাৰে। ই অমৰতাৰ পথ প্ৰদৰ্শন কৰে। সঁচা অন্ততৰে ভগৱানৰ নাম ল'লে তেতিয়া আমি সেই শক্তিৰে জড়িত হও।

আৰু কয়

আৰু কয় যে, ভজনৰ শক্তিৰ দ্বাৰা আমি যি বিচাৰো সেয়া পাব পাৰো। এজন সাধাৰণ মানুহ মহান হ'ব পাৰে, ৰোগ, দুখ, চিন্তা সকলোৰে অন্ত ভগৱানৰ নাম স্মৰণ কৰাৰ ফলত হ'ব পাৰে।

ভজন

প্ৰেমানন্দ মহাৰাজে আৰু কয় যে, ভগৱানৰ পৰা আমি আশা কৰো, আক্ষেপ কৰো কিন্তু ভগৱানে তেনে লোকৰ পৰা সন্তুষ্ট হয় যিয়ে ভজন কৰে। যিয়ে ভগৱানক সঁচা অন্তৰেৰে ভাল পায়।

মহাৰাজ

পঢ়িবলৈ ক্লিক কৰক 

ধন লাভৰ উপায়