ঘৰৰ কোন ঠাইত আইনা ৰাখিব নালাগে ?

19 October 2025

TV9 ASSAM

বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ প্ৰতি কোণা অতি গুৰুত্বপূৰ্ণ । সেয়েহে প্ৰতিটো বস্তু সঠিক ঠাইত ৰখাটো অতি প্ৰয়োজন ।

বাস্তু শাস্ত্ৰ

ঘৰখনৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি কোনবোৰ বস্তু ঘৰৰ কোন ঠাইত ৰাখিব লাগে তাৰ নিৰ্দেশনা বাস্তু শাস্ত্ৰত উল্লেখ কৰা আছে ।

কোন ঠাইত ৰাখিব?

ঘৰৰ কোন ঠাইত আইনা ৰখাটো ভাল ? আইনাখনৰ প্ৰতি বহুতে গুৰুত্ব নিদিয়ে । এই ক্ষেত্ৰত বাস্তু শাস্ত্ৰত কি কোৱা আছে জানক ।

আইনা

বাস্তু শাস্ত্ৰৰ মতে ঘৰৰ পূব বা উত্তৰ দিশত আইনা ৰাখিব লাগে । এই দিশত আইনা ৰাখিলে ধনাত্মক শক্তিয়ে ঘৰখনত ঠাই লয় ।

পূব বা উত্তৰ দিশ

ঘৰৰ দক্ষিণ আৰু পশ্চিম দিশত আইনা ৰাখিব নালাগে । কাৰণ এই দিশত আইনা ৰাখিলে ই ঋণাত্মক শক্তিক আকৰ্ষণ কৰিব পাৰে ।

দক্ষিণ আৰু পশ্চিম 

ঘৰত ভঙা আইনা থাকিলে আঁতৰাই পেলাব । নহ'লে পৰিয়ালৰ মাজত কাজিয়া সৃষ্টি হ'ব পাৰে । এই ক্ষেত্ৰত সতৰ্ক হ'ব ।

ভঙা আইনা 

ঘৰৰ আইনাখন সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে । লেতেৰা আইনাত মুখ চোৱাটো অশুভ বুলি গণ্য কৰা হয় ।

পৰিষ্কাৰ কৰি ৰাখিব 

পঢ়িবলৈ ক্লিক কৰক

মাইগ্ৰেইনৰ লক্ষণসমূহ কি কি ? কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?