ঘৰৰ মুখ্য দুৱাৰৰ পৰা আজিয়ে আঁতৰ কৰক এই বস্তু!

5 Dec 2025

TV9 ASSAM

হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ মহত্ব অধিক। কোৱা হয়, বাস্তু অনুসৰি ঘৰ সজালে উন্নতি হয়। কিন্তু বাস্তু দোষ হ'লে সমস্যা আহিব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হোৱা ভাল।

বাস্তু শাস্ত্ৰ

বাস্তু শাস্ত্ৰ অনুসৰি, ঘৰৰ মুখ্য দুৱাৰৰ গুৰুত্ব অধিক। ঘৰৰ মুখ্য দুৱাৰত কিছুমান বস্তু ৰাখিব নালাগে। এনে কৰিলে ঘৰত আৰ্থিক সংকট বা অন্য সমস্যা আহিব পাৰে।

মুখ্য দুৱাৰ

ঘৰৰ মুখ্য দুৱাৰৰ আগত কেতিয়াও বেয়া পানীৰ নল ৰাখিব নালাগে। কোৱা হয়, নলৰ পৰা টোপ টোপকৈ পানী পৰি থকা বেয়া। ই মানুহৰ দুৰ্দশাৰ কাৰণ হ'ব পাৰে।

পানীৰ টেপ

মুখ্য দুৱাৰত লোৰ গজাল ফুটোৱা অশুভ। গজালৰ পৰা অগ্নি ভয় থাকে। ইয়াৰ ফলত ঘৰত আৰ্থিক সংকট আহিব পাৰে লগতে কোনো সদস্যৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে।

গজাল

ঘৰৰ মুখ্য দুৱাৰৰ আহত গাত থকা বেয়া। ই কাজিয়া, ধন হানিৰ সংকেত হ'ব পাৰে। গতিকে ঘৰৰ সন্মুখত গাত থাকিলে সেইবোৰ পুতি দিব লাগে। অন্যথা সমস্যা আহিব পাৰে।

গাত

ঘৰৰ সন্মুখত কেতিয়াও শ্মশান থাকিব নালাগে। কোৱা হয় শ্মশানৰ আগত ঘৰ থাকিলে নকৰাত্মক শক্তিৰ প্ৰভাৱ বাঢ়ে। এনে অৱস্থাত ঘৰলৈ বিভিন্ন সমস্যা আহিব পাৰে।

শ্মশান

ঘৰৰ সন্মুখত কেতিয়াও মদাৰৰ গছ থাকিব নালাগে। কোৱা হয় ই অশুভ সময়ৰ সংকেত। এনে কৰিলে ঘৰৰ সুখ-শান্তি বিঘ্নিত হয় লগত আৰ্থিক সমস্যা আহিব পাৰে।

মদাৰ

পঢ়িবলৈ ক্লিক কৰক 

ডালিমৰ উপকাৰ