ভাৰতৰ ১০০ টকা এই দেশত হয় ৩০,০০০

1 Aug 2025

TV9 ASSAM

Credits: Getty Images

প্ৰতিখন দেশৰ মুদ্ৰাৰ মূল্যৰ মাজত পাৰ্থক্য আছে। কিছুমান দেশত ভাৰতীয় মুদ্ৰাৰ মূল্য আৰু কিছুমান দেশত বেছি হৈ পৰে। আমি এনে এখন দেশৰ কথা উল্লেখ কৰিম য'ত ভাৰতীয় টকাৰ মূল্য অধিক হয়।

মুদ্ৰা

ভিয়েটনাম ৰাষ্ট্ৰখন বহু ভাৰতীয়ই পচন্দ কৰে। প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে জনাজাত ভিয়েটনামত প্ৰতিবছৰে বহু ভাৰতীয়ই ভ্ৰমণৰ বাবে যায়।

ভাৰতীয় 

এছিয়াৰ দেশ ভিয়েটনামৰ মুদ্ৰাৰ নাম ভিয়েটনামী দং। ইয়াক ষ্টেট বেংক অৱ ভিয়েটনামে নিয়ন্ত্ৰণ কৰে। এই দেশত ভাৰতীয় মুদ্ৰাৰ মূল্য অধিক হয়।

মুদ্ৰা

ভাৰতীয় মুদ্ৰাক লিখাৰ সময়ত INR ব্যৱহাৰ কৰা হয়। ঠিক সেইদৰে ভিয়েটনাম মুদ্ৰাক লিখিবলৈ VND লিখিব লাগে।

কেনেকৈ লিখে

ভাৰত-ভিয়েটনামৰ তুলনা কৰি চালে দেখা যায় যে ভাৰতৰ ১ টকাৰ মূল্য ভিয়েটনামত ৩০০.৫০ ভিয়েটনামত দং হয়।

১টকা

ভাৰতৰ ১০০ টকাৰ মূল্য ভিয়েটনামত ৩০,০৫০.১৩ ভিয়েটনাম দং হয়। গতিকে দেখা যায় যে ভাৰতীয় মুদ্ৰাৰ মূল্য ভিয়েটনামত অধিক হৈ পৰে।

১০০ টকা

ভিয়েটনামৰ নেশ্যনেল অথৰিটি অৱ টুৰজিমৰ মতে, ২০২৩ চনত ৩,৯২,০০০ ভাৰতীয় ভ্ৰমণ কৰিবলৈ গৈছিল।

ভাৰতীয়

পঢ়িবলৈ ক্লিক কৰক

বাৰে বাৰে মুখত ঘাঁ কিয় হয়