গুপ্তাংগত ওলোৱা ফোঁহা সহজে কেনেকৈ দূৰ কৰিব?

9 SEP 2025

TV9 ASSAM

গৰমত গুপ্তাংগত ফোঁহা ওলাইছে নেকি?

সমস্যা

এই সমস্যা মহিলাৰ ক্ষেত্ৰত সাধাৰণ যদিও ই গুৰুতৰ।

সমস্যা

টান আণ্ডাৰৱেৰ পিন্ধিলে ছালত ঘাম জমা হয় আৰু ঘৰ্ষণৰ ফলত সমস্যা বাঢ়ি যায়। 

সমাধান

টি ট্ৰি অইলত এন্টিবেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে।

ব্যৱহাৰ কৰক

এলোভেৰা জেলে ফুলা কমায় আৰু ছালখন ঠিক কৰে।

উপায়

আপেল চাইডাৰ ভিনেগাৰে ছালৰ পি এইচ ভাৰসাম্য ৰক্ষা কৰে আৰু বেক্টেৰিয়াৰ আঁতৰায়।

উপায়

বেছি জোৰেৰে স্ক্রাব নকৰিব আৰু নুধুব আৰু ফোঁহা ভাঙিবলৈ চেষ্টা নকৰিব।

মনত ৰাখক

লগতে পঢ়ক

গুপ্তাংগত সৰু সৰু ফোঁহা ওলাইছে নেকি?