ছালৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়।

21  july 2025

TV9 ASSAM

মানসিক চাপ, ভাগৰ আৰু প্ৰদূষণৰ বাবে ছালৰ ক্ষতি হয়।

ছালৰ উপায়

এলোভেৰাৰ পাত ধুই তাৰ জেল উলিয়াই লওক, লগত ভিটামিন E কেপচুল দিব।

কেনেকৈ দিব

এলোভেৰা জেলত প্ৰাকৃতিক মইশ্ব’ৰাইজিং গুণ আছে।

গুণ

এলোভেৰাৰ সৈতে নাৰিকলৰ তেল লগাগে ছাল উজ্জ্বল হয়।

উপায়

প্ৰতিদিনে এলোভেৰা খোৱাটোও স্বাস্থ্যৰ বাবে উপকাৰী।

উপকাৰ

ছালৰ ক’লা দাগ, বয়সৰৰেখাৰ পৰা এলোভেৰাই সকাহ দিয়ে।

সকাহ

যদি আপোনাৰ ছালখন সংবেদনশীল তেন্তে নিশ্চয়কৈ ছালৰ বিশেষজ্ঞৰ পৰামৰ্শ লওক।

মনত ৰাখক

চাওক এই লিংকত

মেলেৰিয়াৰ ভেকচিন